Anowar Hussain

Anowar Hussain

Share

General Secretary, Kamrup District Youth Congress Committee

01/01/2024

:জাননী:
সোণতলী_গ্ৰন্থ_আৰু_বাণিজ্য মেলাত "গ্ৰন্থ আৰু ব্যৱসায়িক বিপনী" ৰ কাৰণে যোগাযোগ কৰক।
ফোন:7002775788, 7002537551

14/04/2022

"বিহু আদৰৰ
বিহু মৰমৰ
বিহু চেনেহৰ"
সদৌটি লৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।

19/01/2021
13/01/2021
Photos from Anowar Hussain's post 09/08/2020


কামৰূপ জিলা যুৱ কংগ্রেছৰ উদ্যোগত সৰ্ব্ব ভাৰতীয় যুৱ কংগ্রেছৰ প্রতিষ্ঠা দিৱস উপলক্ষে সোণতলী প্রাঃ স্বাস্থ্য কেন্দ্রত থকা ৰোগী সকলক আৰু কিছু দৰিদ্র লোকক ফল-মূল বিতৰণ কৰা হয় | কাৰ্যসূচীত সহযোগ কৰে বকো সমষ্টি যুৱ কংগ্রেছ ও ছমৰীয়া ব্লক যুৱ কংগ্রেছৰ সতীৰ্থবৃন্দই |

22/07/2020

দগ্ধ হৃদয়ৰ উচুপনি
=============

সহস্র প্রতিবাদীৰ কাৰাৰুদ্ধত
বৃদ্ধা মাতৃৰ দুচকুত চকুলো,
ভগ্ন হৃদয়ৰ কৰুণ ক্ৰন্দনত
মুক্ত কণ্ঠও আজি ৰুদ্ধ |

অনিচ্ছা স্বত্তেও
সন্দেহৰ আৱৰ্তত সংবিধান
ৰাজনীতি নে ৰজাৰনীতি
গণতন্ত্র নে ৰাজতন্ত্র
এক উত্তৰবিহীন প্ৰশ্ন |

আতংকিত বিশ্বত ত্ৰস্তমান জনগণ
ম'হামাৰী নে দূৰ্নীতিত
আছে নে উত্তৰ ?

নিৰ্দয় ক্ষমতালোভী শত্রুৰ দপদপনিত
দগ্ধ হৃদয়ৰ নীৰৱ উচুপনি |
সঁচাকৈয়ে বিকল নে ?
দেশৰ প্রশাসন যন্ত্ৰ |

হে আত্মা ভৰষাৰ মহাশক্তি !
তুমি আছা বাবেই জীয়াই আছোঁ
বিশ্বাস কৰা...
তোমাৰ অবিহনে শ্বাস ৰুদ্ধ
আজি জীৱকুল |

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwahati