Bhaskar Sonowal

Bhaskar Sonowal

Share

The Dreamer : যেতিয়া 'মই' পৰা 'আমি' হম তেতিয়াই পৃথিৱীৰ যিকোনো অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰিম serve more,do more

07/04/2026

নিৰ্বাচনৰ বতৰতো অৰাজনৈতিক পোষ্ট দিয়া একমাত্ৰ ব‍্যক্তি । ৰাজনীতি এনেদৰে সুস্থ হ’ব লাগে । Khumtai তাৰে উদাহৰণ হওঁক 🙏🏻

01/04/2026


যেতিয়া প্ৰতিভা পৰ্যাপ্ত নহয় তেতিয়া অপৰ্যাপ্ত কাপোৰ পিন্ধিব

20/03/2026

🔥
প্ৰতিদিনে পুৱা Hostelত 100 গৰাকী ছাত্ৰ-ছাত্ৰীক ভাত দিয়া হৈছিল

সেই 100 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত
80 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে অভিযোগ কৰিছিল যে ভাতৰ সলনি বেলেগ বস্তু বনাব লাগে।

কিন্তু, বাকী 20 জন ছাত্ৰই ভাত খাই সুখী হৈছিল।

এই বিশৃংখল পৰিস্থিতিত কিছু সিদ্ধান্ত ল’বলগীয়া হোৱাত Voting system কৰি দিয়া হৈছিল।

এই অনুসৰি যিটো বস্তুৱে সৰ্বাধিক ভোট লাভ কৰে,
সেই টিফিন সেইদিনা ৰান্ধিব।

ভাত বিচৰা 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভোট সঠিকভাৱে দিলে।

বাকী 80 জন ছাত্ৰ-ছাত্ৰীয়ে তলত দিয়া ধৰণে ভোটদান কৰে👉

18 - Masala dosa
16 - Aloo paratha with curd
14 - Roti Sabji
12 - Bread and butter
10 - Noodles
10 - Idli sambar

গতিকে ভোটদানৰ ফলাফল অনুসৰি ভাতেই সৰ্বাধিক ভোট লাভ কৰে, আৰু পুনৰ একেখিনি ভাত প্ৰতিদিনে পৰিবেশন কৰা হয়।

🙏যেতিয়ালৈকে 80% জনসংখ্যা বিভক্ত আৰু সিঁচৰতি হৈ আছে,
20% য়ে আমাক শাসন কৰিব।🤔 ভাস্ক' এচ

15/03/2026

ক'ৰবালৈ গলে সিংহৰ দৰে অকলে যাব। পহুৰ দৰে জাকৰ মাজত গলে ভিৰত হেৰাই যাব।

08/03/2026

It's true 🙏মধুসংগ্ৰহ কৰি পান কৰিবলে মৌমাখিৰ আক্ৰমণ সহ্য কৰিবই লাগিব ।

27/02/2026

Wastage of JJM

22/02/2026

ঈগলে ঘৰচিৰিকা Sentimental ৰ বাবে টোপনিৰ ক্ষতি নকৰে

17/02/2026

ৰঙা পিন্ধি আহিলোৱে যেনিবা
ইয়াতনো ফাগুনৰ কি দোষ !!!
মইহে গোতেইটো ফাগুন বলিয়া

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwahati