SC Morcha BJP Assam Pradesh

SC Morcha BJP Assam Pradesh

Share

Official page of S. C. Marcha BJP Assam Pradesh . Stay Connect with us to get latest update releted to SC morcha, BJP Assam Pradesh.

Photos from SC Morcha BJP Assam Pradesh's post 01/11/2025

ভাৰতীয় জনতা পাৰ্টি, হাইলাকান্দি জিলাৰ অনুসূচিত জাতি মৰ্চাৰ জিলা সমিতিৰ নৱ-নিযুক্ত সমূহ বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।
BJP Assam Pradesh
Dilip Saikia
Nabarun Medhi

Photos from SC Morcha BJP Assam Pradesh's post 01/11/2025

আজি ইং ১/১০/২০২৫ তাৰিখ শনিবাৰ পূৱা ১০ বজাত আগমনী জাতীয় সংঘ প্ৰেক্ষা গৃহত ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলাৰ ৬ নং গোলকগঞ্জ সমষ্টি ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সাংগঠনিক সভাত উপস্থিত থাকে ৰাজ্যিক সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, ৰাজ্যিক অনুসুচিত জাতি মৰ্চাৰ সম্পাদক মাননীয় শ্ৰীযুত বিশ্বজিৎ মালী ডাঙৰীয়া ,ৰাজ্যিক মিডিয়া পেনেলিষ্ট মাননীয় শ্ৰীযুত বিশ্বজিৎ ৰায় ডাঙৰীয়া ধুবুৰী জিলা সভাপতি মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া আৰু ৬ নং গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী যুক্ত অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়া।
উক্ত সভাত সাংগঠনিক দিশত মূল্যবান ভাষন প্ৰদান কৰে ****
ভাৰত মাতা কি জয় **
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Nabarun Medhi

01/11/2025

#উন্নয়নৰ_অন্য_নাম_বিজেপি
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Diplu Ranjan Sarma
Pallab Lochan Das
Nabarun Medhi

Photos from SC Morcha BJP Assam Pradesh's post 01/11/2025

ৰাষ্ট্ৰসংঘৰ অবিৰত আশীবছৰীয়া বৰ্ণিল যাত্ৰাৰ শুভক্ষণত কালি নিউয়ৰ্কৰ Stimson Centre গোটৰ সৈতে ভাৰতীয় সংসদীয় দলৰ প্ৰতিনিধিসকলে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া ।
BJP Assam Pradesh
Dilip Saikia
Nabarun Medhi

01/11/2025

#উন্নয়নৰ_অন্য_নাম_বিজেপি ...

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Diplu Ranjan Sarma
Pallab Lochan Das
Nabarun Medhi

Photos from SC Morcha BJP Assam Pradesh's post 31/10/2025

ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ জিলা সমিতিৰ নৱ-নিযুক্ত সমূহ বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Nabarun Medhi

Photos from SC Morcha BJP Assam Pradesh's post 31/10/2025

ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ মাননীয় সভাপতি শ্ৰীযুত নৱাৰুণ মেধি ডাঙৰীয়াই নবেম্বৰ মাহৰ ২ তাৰিখৰ পৰা ৩ দিনীয়া কাৰ্যসূচীলৈ প্ৰবাসৰ বাবে ৰাওনা হব।
BJP Assam Pradesh
Dilip Saikia
Nabarun Medhi

31/10/2025

#উন্নয়নৰ_অন্য_নাম_বিজেপি ...
BJP Assam Pradesh
Himanta Biswa Sarma
Nabarun Medhi

31/10/2025

ভাৰতীয় জনতা পাৰ্টি, ডিব্ৰুগড় জিলাৰ অনুসূচিত জাতি মৰ্চাৰ জিলা সমিতিৰ নৱ-নিযুক্ত সমূহ বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Nabarun Medhi

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Atal Bihari Vajpayee Bhawan, Hengrabari Road, Near LP School
Guwahati
781036