Ritu Ranjan ৰিতু ৰঞ্জন

Ritu Ranjan ৰিতু ৰঞ্জন

Share

Secretary,
Democratic Youth Federation of India (DYFI)
Assam State Committee. Hedayetpur, Ghy.

Photos from Ritu Ranjan ৰিতু ৰঞ্জন's post 08/09/2025

📍গুৱাহাটীত উপস্থিত হ’ল চিপিআই(এম)ৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক কমৰেড এম এ বেবী
📍 সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিছে
📍বিমান বন্দৰত উষ্ণ আদৰণি পাৰ্টিৰ ৰাজ‍্যিক কমিটি আৰু বিভিন্ন গণসংগঠনৰ নেতৃত্বৰ
📍কাইলৈ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ১১ঃ০০ বজাত দীঘলী পুখুৰীৰ পাৰত থকা ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যদান কৰিব
📍ইয়াৰ পাছত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা সভাত তেখেতে অংশ ল'ব

09/12/2024

মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ।
তেখেতলৈ আমাৰ প্ৰশ্ন পৰীক্ষাৰ ২৩ দিন আগত পূৰ্বৰ চিলেবাছ সলনি কৰি নতুন বিষয় সংযোজনেৰে নতুন চিলেবাছ দিয়াৰ অৰ্থ কি ?

05/12/2024

দেশ সুৰক্ষাৰ দায়িত্ব থকা জোৱান সকলৰ প্ৰতি চৰকাৰৰ মুখত গুণ-গৰিমা ব্যাখ্যাৰ শেষ নাই, পিছে বাস্তৱত কি হৈছে ?

20/11/2024

এটা পৰিয়ালৰ জীৱন সংগ্ৰামে উদং কৰিছে চৰকাৰী ব্যৱস্থা, সাধাৰাণ মানুহৰ দুৰ্গতি-

27/10/2024

কাইলৈ প্ৰতিবাদ-

17/10/2024

সমূহ বন্ধু আৰু সতীৰ্থলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ-

30/09/2024

কমৰেড সীতাৰাম য়েচুৰীৰ শিশুকালৰ এখন ফটো। কমৰেড সীতাৰামৰ কথা মনত পৰিলেই বা ফটো দেখিলেই আবেগিক হৈ পৰো, এনে ভাব হয় তেওঁ যেন এতিয়া কৰবাত মিটিঙতে ব্যস্ত।
চেলুট কমৰেড-

08/08/2024

প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যু, সমাজৰ বাবে দি গ'ল অনন্য নিদৰ্শন
🔴 দুই দৃষ্টিহীনৰ বাবে চক্ষুদান
🟢 চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহদান

আজি ৰাতিপুৱা ৮.২০ বজাত পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যু হয়। অত্যন্ত সহজ সৰল জীৱন-যাপন কৰা ভট্টাচাৰ্যই তেওঁৰ মৃত্যুৰ মাজেৰেও যেন সমাজক বহু কথাই কৈ গ'ল। চকুদুটি দুজন দৃষ্টিহীনক দান কৰাৰ লগতে নিজৰ শৰীৰটো চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দান কৰি গৈছে। কলকাতাৰ পাম এভিনিউৰ দুটা সৰু ৰুমৰ ফ্লেটত বাস কৰা ভট্টাচাৰ্যৰ ৰূমত আছিল প্ৰচুৰ গ্ৰন্থ আৰু কিছু গানৰ কেচেট। বিলাসিতাৰ লেশমান চিন-চাপ নোহোৱা ভট্টাচাৰ্যই মাৰ্ক্সীয় দৰ্শনৰ মাজেৰে নিজকে সমাজ পৰিৱৰ্তনৰ বাবে উৎসৰ্গিত কৰিছিল।
তেখেতৰ মৃত্যুত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

02/08/2024

কেৰালাৰ ৱায়নাড়ত প্ৰাকৃতিক দুৰ্যোগে বিধ্বস্ত কৰা অঞ্চলত DYFI ৰ বাহিনী।
নদীয়ে পুতি পেলোৱা পত্তাম্বি ব্ৰীজ চফা কৰি যাতায়তৰ উপযোগী কৰি তোলে-

31/07/2024

লাভলীনাৰ বিজয়ৰ যাত্ৰা-

পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙত নৰৱে'ৰ ছান্নিভা হফষ্টেডক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে৷
অভিনন্দন লাভলীনা।

29/07/2024

উপাচাৰ্য হোৱাৰ দৃষ্টিকটু দৌৰ-

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হ'ল ড° ননীগোপাল মহন্তক। উপাচাৰ্য বাবে যি ডিগ্ৰীৰ প্ৰয়োজন তাত কোনো সন্দেহ নাই, কিন্তু উপাচাৰ্যৰ আসনখন পোৱাৰ বাবে তেওঁ যি পন্থা গ্ৰহণ কৰিলে সিয়ে বৌদ্ধিক মহলৰ লগতে সচেতন সাধাৰণ লোকসকলকো উদ্বিগ্ন কৰি তুলিছে।

Photos from Ritu Ranjan ৰিতু ৰঞ্জন's post 18/07/2024

পুনৰ ৰে'ল দুৰ্ঘটনা। উত্তৰপ্ৰদেশত লাইচ্যুত ডিব্ৰুগড় এক্সপ্ৰেছ।
চৰকাৰৰ দায়িত্বহীনতাৰ বাবে এতিয়া ৰে'ল যাত্ৰা হৈ পৰিছে মৃত্যু দূত সদৃশ-

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


P. D. ChalihaPath, Hedayetpur, Guwahati/3
Guwahati
781003