Prayash প্রয়াস An effort to bring a smile

Prayash প্রয়াস An effort to bring a smile

Share

A socio-cultural, non-profitable, non-governmental organisation..

Photos from Prayash প্রয়াস An effort to bring a smile's post 30/03/2023

On the holy occasion of Ram Navami, we the team of 'Prayash' fed 100+ homeless and hungry people across the city . An effort to bring a smile continues. May Shri Ram always guide and bless us. जय श्री राम ❤️✨
প্ৰভু ৰামৰ জন্ম জয়ন্তী উপলক্ষে আমি প্ৰয়াস গোটৰ তৰফৰ পৰা মহানগৰৰ বিভিন্ন স্থানৰ গৃহ হীন ক্ষুধাতুৰ প্ৰায় ১০০ লোকক এমুঠি অন্নদানৰ কাৰ্যসূচী হাতত লৈছোঁ।প্ৰভূ শ্ৰীৰামচন্দ্ৰই সকলোকে কৃপা কৰক। জয় শ্ৰীৰাম ❤️✨

30/03/2023

On this auspicious occasion of Ram Navami, may Lord Ram shower his blessings upon us. जय श्री राम ❤️🙏

ৰাম নৱমীৰ এই শুভ দিৱসত আশা কৰিছোঁ যাতে শ্ৰী ৰামৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি সকলোৰে উপৰত সদাই থাকক। জয় শ্ৰী ৰাম ❤️🙏

Photos from Prayash প্রয়াস An effort to bring a smile's post 23/03/2023

"Donate blood, save life."

A successful Blood Transfusion camp was organised by the team in the premises of the Blood Bank of Gauhati Medical College & Hospital. A heartful gratitude to all those who participated in the camp and donated blood. Donating blood is a noble work. Hats off to everyone 🙏🏻

"ৰক্ত দান, জীৱন দান "

আজি আমি গুৱাহাটী মেডিকেল কলেজ ৰ Blood Bank Ward ত এক সফল ৰক্ত দানৰ শিবিৰ সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হলো, ৰক্ত দান কৰা সকলোবোৰলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। ৰক্ত দান এক মহান কাম 🙏🏻

17/03/2023

"ৰক্ত দান, জীৱন দান"

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwahati