Joynal Abdin

Joynal Abdin

Share

অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত সদায় য?

Photos from Joynal Abdin's post 14/02/2022

দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তপন দাস ডাঙৰীয়াই অসম চৰকাৰে অৰ্পণ কৰা পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ পদৰ দায়িত্ব আজি আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে তেখেতলৈ অশেষ শুভেচ্ছা আৰু অভিনন্দন জনালো ৷ চৰকাৰে অৰ্পণ কৰা দায়িত্ব অধিক নিষ্ঠা আৰু সততাৰে পালন কৰিব , তাৰে আমি বিশ্বাসী ৷

31/01/2022

আজিৰ মে-ডাম-মে-ফিৰ এই পবিত্ৰ দিনটোত টাই আহোম সকলৰ পূৰ্বপুৰুষ সকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

এই উৎসৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক কটকটীয়া কৰাৰ লগতে আমাৰ ৰাজ্যখনক অধিক সমৃদ্ধিশালী আৰু শক্তিশালী কৰিব বুলি আশা কৰিলোঁ।
জয় আই অসম ৷৷

28/01/2022

শ্বহীদ প্রণামো তোমাক 🙏🙏,
ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে অসমৰ সমগ্ৰ জনসাধাৰণে বলিষ্ঠভাৱে সংগ্ৰাম কৰিছিল,তেনে এক সংগ্ৰাম আছিল1894 চনৰ 28 জানুৱাৰীৰ দিন,দৰং জিলাৰ পথৰুঘাটত বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি১৪০গৰাকী কৃষক শ্বহীদ হৈছিল ৷আজিৰ এই পবিত্র দিনটোত বীৰসকলক লৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ!

Photos from Joynal Abdin's post 20/01/2022

হেমন্ত বৰুৱা উচ্চ ইংৰাজী বিদ্যালয়ত হিন্দী বিষয়ৰ শিক্ষক শ্ৰদ্ধাৰ নিলিমা দাস বাইদৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপষ্ঠিত হৈ বাইদক আৰ্থিক অনুদানৰ লগত সন্মান জনাও ,লগতে হাতীগাওঁ ৰ বিশিষ্ট সমিজ সেৱক আজনুৰ আলী ডাঙৰীয়াও বাইদক আৰ্থিক অনুদান আগবঢ়াই ৷

17/01/2022

অসমীয়া ছবিজগতৰ প্ৰতিষ্ঠাতা স্বৰ্গীয় ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুতিথিত তেখেতক শ্ৰদ্ধাৰে সোঁ‌ৱৰিছো। শিল্পীদিৱস উপলক্ষে তেখেতলৈ অশেষ ধন্যবাদ অসমীয়া জাতিক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা বাবে আৰু তেখেতলৈ শ্ৰদ্ধা নিবেদিছো।

13/01/2022

সমূহ অসমবাসীৰ লগতে সমূহ বন্ধু - বৰ্গলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । ভোগালীৰ উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পবিত্ৰ উমেৰে জীৱন সুখময় হওক তাৰে কামনাৰে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো ৷

01/01/2022

সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক মৰম শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমাজৰ পৰা মহামাৰী অসুয়া অপশক্তি নাশ কৰি নৱবর্ষই কঢ়িয়াই আনক অনাবিল সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা। শুভ নৱবর্ষ ২০২২.

Photos from Joynal Abdin's post 26/12/2021

উদ্যামান যুৱক সকলোৰে গঠিত “আই অসম চিভিল ছচাইতি“ ৰ উদ্যোগত আজি বৃক্ষ ৰোপন কাৰ্য সূচি অনুস্থিত হয় কাৰ্যসূচিত মোৰ লগতে উপস্থিত থাকে ছয় গাওঁ সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ লগতে বিশিষ্ট সমাজ কৰ্মী সকল ৷
Joynal Abdin

24/12/2021

বৰদিনৰ এই পবিত্ৰ ক্ষণত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ খ্ৰীষ্টধৰ্মাৱলম্বী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই উৎসৱে সকলোৰে মাজত মিলা প্ৰীতি শান্তি-সম্প্ৰীতি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ ভাৱ অধিক কটকটীয়া কৰি তুলিব বুলি কামনা কৰিলো ৷

23/12/2021

ISROৰ বিজ্ঞানী হ'ল নগাঁৱৰ নাজনিন ইয়াছমিন। কল্পনা চাওলাক দেখি মহাকাশ বিজ্ঞানী হোৱাৰ সপোন দেখিছিল জুৰীয়াৰ এখন সাধাৰণ ঘৰৰ ছোৱালী নাজনিন ৷ আজি নাজনিনক লৈ আমি গৌৰম্বিত ৷

10/12/2021

শ্বহীদ দিৱসৰ এই পবিত্ৰ ক্ষণত অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰান আহুতি দিয়া জাতীয় বীৰ শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্বহীদ প্ৰণামো তোমাক...৷
জয় আই অসম৷

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Guwahati