Journalist Sunil Borah

Call Directions Contact the organization

Journalist Sunil Borah Executive Editor, Northeast Bureau at India Today Group. I strongly believe in Social activism.

21/09/2026

নিশাৰ এক নৌকা যাত্ৰা ।

20/09/2026

কোলাহলৰ পৰা আঁতৰত ...

Far from the madding crowd ...

তুমি পোহৰ যুগে যুগে ... 🙏🙏🙏     ুবিন_দা
19/09/2026

তুমি পোহৰ যুগে যুগে ... 🙏🙏🙏

ুবিন_দা

18/09/2026

মোবাইল খুচৰি থাকোতে জুবিন দাৰ লগত ২০১৮ চনত মানাহত কৰা এটা সাক্ষ্যৎকাৰৰ চমু video clip এটা বিচাৰি পালোঁ । য'ত কবিৰ ৰূপত জুবিনদাই কৈছে - 'মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি , মই নদীৰ পৰা সাগৰলৈ যাব পাৰো আৰু মন গ'লে সাগৰৰ পৰা নদীলৈ ঘূৰি আহিবও পাৰো '। তেতিয়া জুবিনদাৰ শেহতীয়া বেমাৰটো নাছিল, কি সুন্দৰকৈ দাদাই বেকী নদীত সাঁতুৰিছিল । Video clip টো চাই আজি আকৌ চকু সেমেকি গ'ল ।

Zubeen Garg

নিশা জুবিন ক্ষেত্ৰত ।  #জুবিন_দিৱস
17/09/2026

নিশা জুবিন ক্ষেত্ৰত । #জুবিন_দিৱস

দেশৰ  মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ ওপজা দিনৰ শুভেচ্ছা জনাইছোঁ । 🙏HPM Narendra Modi
17/09/2026

দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ ওপজা দিনৰ শুভেচ্ছা জনাইছোঁ । 🙏

HPM Narendra Modi

16/09/2026

⛔ অসমক লজ্জানত কৰিছে অসম প্ৰকাশন পৰিষদে

⛔ ডঃ ভূপেন হাজাৰিকাক অপমান কৰিছে পৰিষদে

⛔ মুখ্যমন্ত্ৰীকো কেৰেপ নকৰে প্ৰকাশন পৰিষদে

Fishing time 🐟 Digaruairhouse
13/09/2026

Fishing time 🐟 Digaruairhouse

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব দেৱশীষ শৰ্মা । আনুষ্ঠানিক ঘোষণা কেন্দ্ৰীয় নেতৃত্বৰ ।
11/09/2026

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব দেৱশীষ শৰ্মা । আনুষ্ঠানিক ঘোষণা কেন্দ্ৰীয় নেতৃত্বৰ ।

Address

Guwahati

Telephone

+19854088807

Website

Alerts

Be the first to know and let us send you an email when Journalist Sunil Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Journalist Sunil Borah:

Shortcuts

Share