১১নং পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা

১১নং পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ১১নং পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা, AK DEV Road, Gauhati.

Photos from Utpal Sarma's post 14/10/2025

07/08/2025

অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত‍্যাহাৰ নিৰ্দেশৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। 

26/07/2025

অনুষ্ঠানটিত সকলোৰে সহায় সহযোগ কামনা কৰিলো 🙏

Photos from ১১নং পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা's post 15/07/2025

ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱস আৰু সিংহ পুৰুষ ৰাধা গোৱিন্দ বৰুৱা দেৱৰ মৃত্যু তিথিত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।

09/07/2025
04/07/2025

🙏

সশ্ৰদ্ধ প্ৰণিপাত।

-Utpal Sarma

04/07/2025

🙏

একাঁজলি শ্ৰদ্ধা।

-Utpal Sarma

26/06/2025

সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য দেৱৰ মাতৃ বীণা ভট্টাচার্য ডাঙৰীয়ানীৰ যোৱা ২৩ জুন তাৰিখে নিশা দেহাৱসান ঘটে।।
তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্ঘ্য দানৰ লগতে শোকাহত পৰিয়ালৰ সৈতে সমবেদনা প্ৰকাশ কৰিবলৈ আজি ১১নং পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল তেখেতৰ বাসগৃহত উপস্থিত থাকো ।"

24/06/2025

সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা শ্ৰদ্ধাৰ ড৹ সমুজ্জল ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য ডাঙৰীয়ানী ২৩ জুন নিশা ১১ বাজি ১৫ মিনিটত ইহলীলা সম্বৰণ ঘটে ।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। 🙏 ।
।।ঔম শান্তি।।

22/06/2025

🙏

15/06/2025

শ্ৰদ্ধাৰ্ঘ‍্য।

-Utpal Sarma

12/06/2025

সহৃদয় স্মৰণ।

-Utpal Sarma

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Website

Address


AK DEV Road
Gauhati
781025