AIUDF Dhubri Loksabha

AIUDF Dhubri Loksabha

Share

AIUDF ধুবুৰী লোকসভা সমষ্টিত আপোনাক স্বাগতম জনাইছো

19/08/2025

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্রিক মৰ্চা (AIUDF)ৰ "সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য: ২০২৬" শীৰ্ষক কাৰ্যসূচী আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত দলৰ বিধায়ক, কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, প্ৰতিটি জিলা সমিতিৰ সভাপতি ও সম্পাদকৰ লগতে প্ৰথম পর্যায়ৰ লক্ষ্য নিৰ্ধাৰিত সমষ্টিসমূহৰ জন্য নিযুক্ত সংগঠক আৰু সহ-সংগঠকসকল উপস্থিত থাকে।

18/08/2025

AIUDF ৰ দপদপনি।

04/08/2025

আপোনাৰ প্ৰিয় নেতা ২০২৬ আকৌ আহি আছে ।

04/08/2025
28/07/2025

পুৰণি স্মৃতি।

12/07/2025

গোৱালপাৰাত উচ্ছেদ কৰিব যোৱা প্ৰশাসনৰ সন্মুখত AIUDF ৰ বিধায়ক সকলৰ প্ৰতিবাদ।
#উচ্ছেদ

11/07/2025

বিলাসীপাৰা উচ্ছেদৰ বিৰুদ্ধে বিধায়ক নজৰুল হকৰ বক্তব্য।

09/07/2025

এখেতৰ বক্তব্য ধুবুৰীৰ ৰাইজে আজি হাড়ে হাড়ে উপলব্ধি কৰি আছে।

07/07/2025

Bilsipara eviction

06/06/2025

সমূহ ৰাইজলৈ পৱিত্ৰ ঈদ-উল-আজহাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদৰ এই পৱিত্ৰ উৎসৱে সমাজলৈ শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনক। ঈদৰ এই ক্ষণত সকলোৰে মাজত প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে... ঈদ মোবাৰক।

On this Eid-Al-Adha, wishing everyone a joyful day of love, happiness and forgiveness. May your day be blessed beyond measure and remember to reach out to the struggling and less fortunate.

17/04/2025

ধুবুৰী জিলাৰ ৩৩ নং মুঠাখোৱা গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


DHUBRI
Guwahati
783301