15/08/2026
বানৰ পৰিস্থিতিত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অসংখ্য পৰিয়ালক উদ্ধাৰ কৰা আৰু বহু মূল্যৱান জীৱন ৰক্ষা কৰা এয়া আমাৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱান, আজিৰ স্বাধীনতা দিৱস বিশেষ পেৰেডত…
তেখেতসকলৰ সাহস, সেৱা আৰু ত্যাগৰ প্ৰতি জনাইছোঁ আমাৰ আন্তৰিক কৃতজ্ঞতা।