06/03/2026
A true story (from Pain to Pride ..)
She lost her husband at just 20 and was forced to start life again from the hardest place—working as a sweeper in State Bank of India . With responsibilities heavier than her age and grief that never truly fades, she showed up every day, cleaning floors while quietly holding on to one dream. Years passed with exhaustion, struggle, and countless moments that could have broken her spirit—but she chose courage . After work, she studied. When others rested, she prepared. Against all odds, she cleared the bank exams and rose step by step through the system. Today, she stands tall as an Assistant General Manager in the very same SBI branch where she once worked as a sweeper. Her journey is not just about promotion or position—it is about dignity, resilience, and the power of perseverance. From pain to pride, her life proves that circumstances may delay dreams, but they can never defeat determination.
04/03/2026
ৰঙৰ উৎসৱ ফাকুৱাত অশুভ শক্তি বিনাশ হৈ সত্যৰ জয় প্ৰতিষ্ঠা হওঁক আৰু চৌদিশ ৰঙেৰে ৰঙীন হৈ উঠক ৷ আপোনাৰ লগতে পৰিয়ালৰ সদৌটিলৈ হোলী, ফাকুৱা, ফল্গোউৎসৱৰ শুভেচ্ছা জনালোঁ ৷
24/02/2026
ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ সদস্য হিচাপে নিযুক্তি পোৱাৰ বাবে শ্ৰীযুত কৰম সিং কৰ্মা জীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
CMO Assam
PMO India
National Safai Karamcharis Finance & Development Corporation
BJP Assam Pradesh
01/02/2026
শুভ জন্মদিন।
অসমৰ মুখ্যমন্ত্ৰী তথা কৰ্মদক্ষ, অভিজ্ঞ ৰাজনৈতিক ব্যক্তিত্বৰ অধিকাৰী, অসমবাসী ৰাইজৰ অতিকৈ প্ৰিয় নেতা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৱিত্ৰ জন্মদিন উপলক্ষে তেখেতলৈ হিয়াভৰা শুভেচ্ছা জনাইছোঁ ।
মাঁ কামাখ্যাৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ প্ৰাৰ্থনা কৰিছোঁ।অসম আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি আপোনাৰ অবিশ্বাস্য সেৱা প্ৰদান কৰি যাওঁক।
Wishing a very happy and prosperous birthday to the Hon’ble Chief Minister of Assam, Dr. Himanta Biswa Sarma ji!
Your dynamic leadership, unwavering dedication, and visionary governance have brought about a transformative era for Assam. From boosting infrastructure and enhancing education to strengthening healthcare and empowering every section of society, your relentless efforts have made the state a shining example of progress and development.
May Maa Kamakhya’s divine grace bless you with good health, immense strength, and boundless energy to continue your tireless service to the people of Assam and the nation. Wishing you a year filled with success, happiness, and greater achievements!
CMO Assam
Himanta Biswa Sarma
PMO India
BJP Assam Pradesh
Laxman Acharya
Pijush Hazarika
26/01/2026
আজি ৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেই আদৰ্শসমূহক স্মৰণ কৰিছোঁ।
-অধ্যক্ষ, অসম ৰাজ্যিক চাফাই কৰ্মচাৰীৰ আয়োগ।
19/01/2026
অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ (সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত) অধ্যক্ষ শ্ৰী বৈজনাথ বাছফৰ ডাঙৰীয়া আৰু সদস্য শ্ৰীমতী নেহা বাছফৰ ডাঙৰীয়ানিৰ অধ্যক্ষতাত বঙাইগাঁও পৌৰসভা সভাকক্ষত বঙাইগাঁও জিলাৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰ সৈতে সকলো সংশ্লিষ্ট প্ৰতিষ্ঠানৰ চাফাই কৰ্মচাৰী সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বঙাইগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া লগতে সকলো বিভাগৰ মুৰব্বী আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Jayanta Mallabaruah
Laxman Acharya
Ashok Singhal
14/01/2026
মেজিৰ জুইয়ে পোহৰাই তোলক সকলোৰে জীৱন, কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা, তাৰেই কামনাৰে ভোগালীৰ উৰুকাৰ হিয়াভৰা ওলগ জনাইছোঁ।
মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ ।
CMO Assam
PMO India
BJP Assam Pradesh
12/01/2026
| বঙাইগাঁও জিলাৰ নৱ নিযুক্ত জিলা আয়ুক্ত দিৱাকৰ নাথক ফুলাম গামোচা আৰু ভাগৱত গীতাৰে আদৰণি জনায় অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ শ্ৰী বৈজনাথ বাছফৰে।
CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
BJP Assam Pradesh
05/01/2026
Manual scavenging is a crime—not a job.
Say NO to exploitation. Say YES to dignity. ✊
PMO India
CMO Assam
Pijush Hazarika
26/12/2025
"সেইজনেই প্ৰকৃত বীৰ, যিয়ে ধৰ্ম আৰু সত্যৰ হকে যুঁজ দিয়ে, শৰীৰ খণ্ড-বিখণ্ড হ’লেও যিয়ে কেতিয়াও ৰণক্ষেত্ৰ ত্যাগ নকৰে।"
আজি বীৰ বাল দিৱসত গুৰু গোবিন্দ সিং ডাঙৰীয়াৰ সাহসী পুত্ৰদ্বয়—মহীয়ান চাহিবজাদেৰ অপৰিত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মোগলৰ অবৰ্ণনীয় নিৰ্যাতনৰ সন্মুখত মৃত্যুক সাৱটি লৈও তেওঁলোকে ধৰ্মৰ পথৰ পৰা বিচলিত হোৱা নাছিল। মা ভাৰতীৰ এই সুযোগ্য সন্তানসকলৰ অদম্য সাহস আৰু ত্যাগে অনন্তকাললৈ আমাক অনুপ্ৰাণিত কৰি যাব।
CMO Assam
PMO India
BJP Assam Pradesh
Pijush Hazarika
20/12/2025
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মা কামাখ্যাৰ পৱিত্ৰ অসমভূমিলৈ উষ্ম আদৰণি জনালো।
Narendra Modi
Himanta Biswa Sarma
BJP Assam Pradesh
Pijush Hazarika
19/12/2025
মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমৰ সামগ্ৰিক বিকাশ তথা দ্ৰুত উন্নয়নৰ দিশত এয়া অন্য এক সংযোজন। যাত্ৰীসকলক অনন্য অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে সাজু হৈছে বিমানবন্দৰৰ বিশ্বমানৰ নতুন টাৰ্মিনেল।
Pijush Hazarika
CMO Assam
Dilip Saikia
BJP Assam Pradesh
PMO India
Amit Shah