Protiddhoni -Experience the rhythm of Assamese folk music.

Protiddhoni -Experience the rhythm of Assamese folk music.

Share

For Live Shows,CONTACT- 8403962214, 7002848495

"PROTIDDHONI"
The generation's folk culture devotee, Chiranjeeb Kashyap, had a dream to showcase the cultural heritage, cultural music, exotic instruments of The Northeast India at the world's court.

09/03/2026

মাটিৰ গোন্ধ মিশ্ৰিত আমাৰ কৌটিকলীয়া লোকগীত-মাত-বাদ্যক এক অভিনৱ ৰূপেৰে সজাই বিশাল জনমানসৰ হৃদয়ত স্থাপন কৰাৰ উদ্দেশ্যে প্ৰতিধ্বনিৰ এইয়া এক সাংস্কৃতিক যাত্ৰা ইতিমধ্যে #প্ৰতিধ্বনি" য়ে ৭ টা বছৰ অতিক্ৰম কৰিছে। অসমৰ ৰাইজৰ বাবে আকৌ ন ৰূপত সজাই অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিক সাঙুৰি সুসজ্জিত ৰূপত এক সাংস্কৃতিক বিপ্লৱ কৰাৰ উদ্দেশ্যেৰে আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিব লৈছোঁ। সেয়ে সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদ একান্তই কামনা কৰিছো। যোগাযোগৰ বাবে - 8453827722--9101464522-8638756951

04/05/2024

52nd Guwahati Airport Rongali Bihu Sanmiloni 2024 🧿🎶❤️

24/04/2024

বৃহত্তৰ গড়ল ঐক্য মঞ্চৰ ,আয়োজিত বিহু সন্মিলনীত অনুষ্ঠান পৰিৱেশন কৰি খুবেই ভাল লাগিল । আটাইলৈ অশেষ ধন্যবাদ🙏❤️
Team Protiddhoni had an impeccable show at Garal, Guwahati !
My heartiest and sincere thanks to Nitu Da for inviting our team for such a wonderful event ♥️
ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ ।

Photos from Protiddhoni -Experience the rhythm of Assamese folk music.'s post 13/04/2024

Day 3
(13/4/2024)

সকলো অসমবাসীলৈ ব’হাগ বিহুৰ ওলগ জনালো।অসমীয়াৰ প্ৰাণ বিহুটিয়ে সকলোৰে মনবোৰ মুকলি কৰক। ♥️

11/04/2024

Day 1

#প্ৰতিধ্বনি
মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নেতৃত্বত আৰু চিৰঞ্জীৱ কাশ্যপৰ পৰিচালনাত গঢ়লৈ উঠা এটি Folk Musical Band যাৰ নাম প্ৰতিধ্বনি
অসমৰ বাৰেৰহণীয়া কৃষ্টি- সংস্কৃতিক লৈ নতুন ৰূপ আৰু নতুন সাজেৰে দুৱাৰদলিত ৰৈ থকা ব’হাগ বিহুক আদৰিবলৈ সাজু হৈছে
আমাক আপোনালোকৰ অনুষ্ঠানত পাব বিছাৰিলে 7002848495,
9101464522, 8453827722 যোগাযোগ কৰিব !

"PROTIDDHONI" - a plaintive and mesmerizing band with the skill of a folk circuit hveteran For booking :- 7002848495/8453827722,
9101464522

22/03/2024

#প্ৰতিধ্বনি
মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নেতৃত্বত আৰু চিৰঞ্জীৱ কাশ্যপৰ পৰিচালনাত গঢ়লৈ উঠা এটি Folk Musical Band যাৰ নাম প্ৰতিধ্বনি
অসমৰ বাৰেৰহণীয়া কৃষ্টি- সংস্কৃতিক লৈ নতুন ৰূপ আৰু নতুন সাজেৰে দোৱাৰদলিত ৰৈ থকা ব’হাগ বিহুক আদৰিবলৈ সাজু হৈছে
আমাক আপোনালোকৰ অনুষ্ঠানত পাব বিছাৰিলে 7002848495, 8453827722 যোগাযোগ কৰিব !

"PROTIDDHONI" - a plaintive and mesmerizing band with the skill of a folk circuit hveteran For booking :- 7002848495/8453827722

17/05/2023

Team Protiddhoni at NEHU, Tura ❤️

13/05/2023

Team Protiddhoni with renowned singer Sannidhya Bhuyan at Assam University, Silchar ❤️

13/05/2023

Some minute clips from yesterday’s show at Assam University, Silchar by Team PROTTIDHONI ❤️

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Guwahati
781007