Human Power Foundation

Directions

Human Power Foundation Never stop Doing Our BEST......

Just Because Someone Doesn't
Give Us............

CREDIT..............

Be fit for purpose Stand like a tree, When You Pull Down like the seed that sprout up again fighting for the same purpose.....

20/09/2026

*নাহৰ মানেই জুবিন, জুবিন মানেই নাহৰ।*

নাহৰ ফুলৰ দৰেই পবিত্ৰ আছিল তেওঁ,
নাহৰ গছৰ দৰেই দৃঢ় আছিল তেওঁৰ অসম প্ৰেম।

জয় জুবিন দা।
#জয়জুবিনদা
#নাহৰ

20/09/2026

মায়াবিনী কেৱল এটা গান নহয়...

ই হৈছে প্ৰাণৰ শিল্পী জুবিন দাৰ প্ৰাৰ্থনা।
ই হৈছে প্ৰতিজন অসমীয়াৰ হৃদয়ৰ উচুপনি।
ই হৈছে ভালপোৱাৰ আনটো নাম।

"মায়াবিনী ৰাতিৰ বুকুত" যেতিয়াই বাজে, তেতিয়াই যেন জুবিন দা কাষতে আহি থিয় হয়হি। চকু মুদিলেই তেওঁৰ কণ্ঠ, চকু মেলিলেই তেওঁৰ শূন্যতা।🥲

এবছৰ পাৰ হ'ল, কিন্তু মায়াবিনী আজিও আমাক কন্দুৱায়, আজিও আমাক জীয়াই ৰাখে।

মায়াবিনী অমৰ, জুবিন দা অমৰ। 🙏

#জয়জুবিনদা

19/09/2026

*এবছৰ হ'ল, তুমি নাই... কিন্তু তুমি আছা প্ৰতিটো সুৰতে*

হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি এটা বছৰ হ'ল।

১৯ ছেপ্টেম্বৰ ২০২৫, ছিংগাপুৰত হোৱা সেই দুৰ্ঘটনাটোৱে অসমৰ বুকুৰ পৰা এটা হৃদয় কাঢ়ি নিলে।

আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীয়ে চকুলোৰে তোমাক সুঁৱৰিছে। তুমি নাই বুলি মানি ল'বলৈ আজিও বুকুখন বিষায়।

তুমি কৈছিলা - *"মই নথকাৰ অনুভৱ"* ... সঁচাকৈয়ে আজি প্ৰতিজন অসমীয়াই সেই অনুভৱ বুকুত লৈ ফুৰিছে।

অসমৰ প্ৰতিটো বিহু, প্ৰতিটো উৎসৱ, প্ৰতিটো ডেকা ল'ৰাৰ হেডফোনত তুমি জীয়াই আছা, জীয়াই থাকিবা।

*জয় জুবিন দা ❤️🙏*
তোমাৰ ন্যায়ৰ বাবে আমি ৰৈ আছোঁ।


14/09/2026








Always Ready to
Help 🙏

Again Achieve Medal! 🏅🥇🏅*What a proud moment for us!Our 3 champs from *Human Power Foundation* have again won medals in ...
31/08/2026

Again Achieve Medal! 🏅🥇🏅*

What a proud moment for us!

Our 3 champs from *Human Power Foundation* have again won medals in Boxing! This is their 2nd time victory, and we are feeling very happy and proud.

A big Thank You to their Coach, Parents and UBC for guiding and supporting them.

Keep shining boys! God bless you all for a bright future. 🙏

30/08/2026

Helping hand


Human Power Foundation

17/08/2026

Helping Hands
🙏🙏🙏🙏🙏

Human Power Foundation

12/08/2026

ঈশ্বৰৰ কৃপাত 🙏

বহুত কষ্ট কৰি, বহু বাধা পাৰ হৈ
যোৱা ৫ তাৰিখে আমি বানপীড়িত ঠাইবোৰত উপস্থিত হ'ব পাৰিলোঁ।
ওচৰৰ পৰা লগ পালোঁ সেই দুৰ্ভগীয়া লোকসকলক।
চকুৰে দেখা দুখবোৰ ভাষাত বুজাব নোৱাৰি।

আমাৰ সাধ্য অনুযায়ী
কিছু প্ৰয়োজনীয় বস্তু আৰু অলপ আৰ্থিক সহায়
তেওঁলোকৰ হাতত তুলি দিব পাৰিলোঁ।

এইখিনি আমাৰ একো নহয়।
কিন্তু তেওঁলোকৰ মুখত অলপ সকাহ দেখিলোঁ - সেয়াই আমাৰ প্ৰাপ্তি ❤️

সকলো ঈশ্বৰৰ হাতত।
তেওঁ যি কৰে ভালৰ কাৰণেই কৰে।

আপোনালোকৰ সহায় আৰু প্ৰাৰ্থনা অব্যাহত ৰাখক🙏।

আমাৰ কাম এতিয়াও শেষ হোৱা নাই।





Music: Funny day
Musician: Ilya Truhanov
URL: https://icons8.com/music/

10/08/2026

😌গাহৰিৰ প্ৰাণ বচাবলৈ গৈ চকুৰ সন্মুখতে উটি গৈছিল স্বামী
😔কেইদিনমানৰ পাছত পোৱা গৈছিল স্বামীৰ নিথৰ দেহ
🥲পত্নীৰ মুখেৰে ঘটনাৰ শিহৰণকাৰী বৰ্ণণা







Respect Each Other'sNamita Ingti Bidya Ingti Anjana Das Jitali Das Chinmoy Borah Jaban Rabha Human Power Foundation
14/03/2026

Respect Each Other's
Namita Ingti Bidya Ingti Anjana Das Jitali Das Chinmoy Borah Jaban Rabha Human Power Foundation

Address

Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Human Power Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category