13/04/2024
জাতীয় দল অসম
অসম সংগ্ৰামী মঞ্চ আৰু আঞ্চলিক গণ মর্চা একত্ৰিকৰণ কৰি ★জাতীয় দল- অসম★ (JDA) নামাকৰণ কৰা হল ।
13/04/2024
30/03/2024
📌 সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণত ১০০% সফল বিজেপি চৰকাৰ... 🤔
26/03/2024
★ চান্দাই হৈছে ধান্দা... চান্দা পাৰ্টিৰ ।
30/11/2023
আজি অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সভাত জাতীয় দল অসমৰ প্ৰতিনিধি ডিব্ৰুগড়ত ।।
07/05/2023
🔻 ৰাজ্যৰ ১১ টা বিৰোধী ৰাজনৈতিক দলে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি ৰাজ্যৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত থকা আসোৱাহসমূহ সমাধানৰ বাবে ইতিপূৰ্বে দাখিল কৰা আবেদনৰ সন্দৰ্ভত আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৬/৫/২৩ ।
🔻 ২০০১ ৰ লোকপিয়লৰ পৰিৱৰ্তে শেহতীয়া লোকপিয়ল অনুসৰি সমষ্টিৰ পুনৰনিৰ্ধাৰণ কৰিবলৈ দাবী জনায় । উক্ত স্মাৰক পত্ৰ মুখ্য নিৰ্বাচনী বিষয়াই তাৎক্ষণিকভাৱে #সমষ্টি #পুনৰনিৰ্ধাৰণ #আয়োগলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
Click here to claim your Sponsored Listing.
অসম সংগ্ৰামী মঞ্চ
Location
Category
Website
Address
Assam Guwahati
Guwahati
781003
