Assam State Archives

Assam State Archives

Share

The Assam State Archives is the repository of the non-current records of the Govt. of Assam and is h of Assam. Bhuyan, K.K. Dutta, H. K. Borpujari, P. C.

The “Indian Historical Record Commission” was formed in 1919 at Shimla. In the 10th session of this Commission in 1942 held at Mysore when it was stressed first for establishment of an Archives office in Assam for scientific management, preservation and utilization of non-current public records of Govt. Accordingly, with the utmost extortions of the then S.K. Choudhury and a few Scholars who had p

Photos from Assam State Archives's post 05/11/2024

সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ পূণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।🙏
পূণ্যতিথিত তেখেতলৈ সন্মান জনাই ৩১ আগষ্ট ১৯৬১ চনৰ সাদিনীয়া অসমীয়া বাতৰি কাকত 'জনমভূমি' ত প্ৰকাশিত তেখেতৰ শিতান "সুন্দৰৰ সৰুবৰ আলিয়েদি" আগবঢ়ালোঁ।

Photos from Assam State Archives's post 04/11/2024

'ভিক্ষা'

কোন ক'ত আছ জনমভূমিৰ
ভকত সন্তান
আজি আইৰ পূজা হ'ব
আহ লৈ আহ
কোনে কি কৰিবি দান।
যাৰ আছে সোণ যাৰ আছে ৰূপ
আঁজলি ভৰাই আন,
যাৰ একো নাই দিয়ক মাথোন
ব্যথিত হৃদয় দান।
(কবি - নবীনচন্দ্ৰ বৰদলৈ)

'অসমৰ মুকুটবিহীন ৰজা' কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ডাঙৰীয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী প্রধান হোতা, নিভাঁজ দেশপ্রেমিক, আৰু নির্ভীক সেনানী হিচাপেই বিশেষভাৱে পৰিচিত। পৰাধীন ভাৰত জননীক বিদেশী শাসকৰ কবলৰপৰা মুক্ত কৰাই তেওঁৰ জীৱনৰ প্ৰধান লক্ষ্য আছিল যদিও সাহিত্য-সঙ্গীতৰ প্ৰতিও তেওঁৰ আছিল গভীৰ অনুৰাগ। সেয়েহে ব্যস্ততাময় ৰাজনৈতিক জীৱনৰ মাজতো যেতিয়াই আজৰি পাইছিল, তেতিয়াই সাহিত্য-সঙ্গীত চর্চা কৰিছিল। ছাত্র অৱস্থাৰপৰা তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী, উর্দু আদি ভাষাৰ বিভিন্ন গ্রন্থ পঢ়িছিল আৰু সময়ে সময়ে অসমীয়া কবিতা, নাটক আদি ৰচনাত মনোনিবেশ কৰিছিল। বৰদলৈক অসমীয়া সামাজিক নাটকৰ প্ৰৱৰ্তক বুলিবও পাৰি। তেওঁৰ তেনে নাটক হ'ল 'গৃহলক্ষ্মী' (১৯১১)। ইয়াৰ উপৰি তেওঁ পৌৰাণিক নাটক 'কৃষ্ণলীলা' (১৯৩৩), ঐতিহাসিক নাটক 'জয়মতী' আৰু উপন্যাস 'প্রশান্ত-শান্তি' ৰচনা কৰিছিল। তেখেতে ভালেমান দেশপ্রেমমূলক গীত আৰু কবিতাও ৰচনা কৰিছিল।
বৰদলৈ দেৱৰ ভাষা - সাহিত্যৰ চৰ্চাই অসমীয়া ভাষাটোক সমৃদ্ধ কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছে।
অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ এই মধু ক্ষণত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

24/10/2024

দেশপ্ৰেমৰ জ্বলন্ত আদৰ্শ আৰু অনুপ্ৰেৰণাৰে দেশবাসীক উদ্বুদ্ধ কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত যিসকলে নিজৰ নামৰ অক্ষয় কৃৰ্তীৰ সৌধ নিৰ্মাণ কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল দেশভক্ত তৰুণৰাম ফুকন। তেখেত আছিল একেধাৰে এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ, সুবক্তা আৰু এগৰাকী কৃতী সাহিত্যিক। দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন এগৰাকী সাধকৰ আত্মত্যাগৰ জীৱন। চৰম দুখ বা সুখ একোৱেই তেওঁৰ আদৰ্শ আৰু সংকল্পক টলাৱ নোৱাৰিছিল।

তেখেতৰ জীৱনবোধ সম্পৰ্কীয় নিজ হাতে লিখা এটা বাণী....

Photos from Assam State Archives's post 29/05/2024

A Fokker F-27 Friendship aircraft, registered VT-DWT and operated by Indian Airlines, tragically crashed in the North Cachar Hills on August 29, 1970. This flight was en route from Silchar to Gauhati (now Guwahati) when it struck a hill, resulting in the deaths of all 39 passengers on board.
Following are the some photographs of the crash site and the aircraft which are preserved in the Assam State Archives.

11/08/2022

১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে "অসমীয়া" কাকতত প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতা "তিৰঙ্গা নিচান"...

Photos from Assam State Archives's post 02/12/2021

Yesterday Hon'ble Deputy Chief Minister of Arunachal Pradesh Sri Chowna Mein visited the Assam State Archives and appreciated the rare collection of the ASA.

Photos from Assam State Archives's post 30/05/2021
Photos from Assam State Archives's post 10/01/2018

A glimpse of the inaugural day of an exhibition “Quit India Movement’’ & ‘’Azad Hind Fauj” organised by National Archives of India in collaboration with Assam State Archives at Assam State Museum, Guwahati on 6 January 2018. The exhibition will remain open till 28 January 2018.
(Time : 10.00 am to 4.30 pm; Entry Free)

02/01/2018
Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Near Ganesh Mandir, Ganeshguri
Guwahati
781006

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm