Human Rights Cell BJP Guwahati City

Human Rights Cell BJP Guwahati City

Share

Right to live with Dignity ! We are all equally entitled to our human rights without discrimination.

Human rights are rights inherent to all human beings, whatever our nationality, place of residence, s*x, national or ethnic origin, colour, religion, language, or any other status. These rights are all interrelated, interdependent and indivisible.

18/10/2017

আজি কাতি বিহু উপলক্ষে অসমবাসী ৰাইজৰ মংগল আৰু শ্ৰীবৃদ্ধি কামনা কৰিলোঁ।

তুলসী তলৰ চাকিগছিয়ে পোহৰাই তোলক ৰাজ্যবাসীৰ আশা আৰু আকাংক্ষা। শস্য শ্যামলা পথাৰ সোণগুটিৰে উপচি পৰি কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনক সমৃদ্ধিৰ বতৰা।

Photos 26/01/2017
Photos 12/01/2017

Tributes to on his birth anniversary. is also being observed today.

Photos 01/01/2017

সমূহ অসমবাসী ৰাইজলৈ , ভাৰতীয় জনতা পাৰ্টি , গুৱাহাটী মহানগৰ জিলা সমিতি #মানৱ_অধিকাৰ_কোষ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জনালোঁ 💐

Photos 26/07/2016

Salute to the brave sons of mother India who protected every inch of her territory in Kargil from enemies.

Photos 07/06/2016

বিজেপি অসম প্ৰদেশৰ ভাৰপ্ৰাপ্ত সভাপতি পদৰ বাবে নিৰ্বাচিত হোৱা Santanu Bharali ডাঙৰীয়াৰ লগতে গুৱাহাটী পৌৰসভাৰ পৌৰপতি হিচাপে নিৰ্বাচিত হোৱা Mrigen Sarania ডাঙৰীয়ালৈ আৰু উপ: পৌৰপতি Bijuli Kalita Medhi বাইদেউ লৈ ভাৰতীয় জনতা পাৰ্টি, মানৱ অধিকাৰ কোষ, গুৱাহাটী মহানগৰ জিলা সমিতি তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

●জয় আই অসম●
-ভাৰত মাতা কি জয়-

Photos 13/04/2016

সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো ৷

Photos 06/04/2016

ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্য্যকৰ্তালৈ আজি ৩৬ তম প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ।

Photos 21/03/2016

ভাৰতীয় জনতা পাৰ্টিৰ মানৱ অধিকাৰ কোষ গুৱাহাটী মহানগৰ জিলা সমিতি তৰফৰ পৰা জনালোঁ শুভেচ্ছা | দুৰ্নীতি মুক্ত অসম আৰু নিকা আৰু স্বচ্ছ অসম গঢ়া লক্ষ্য ৰে.. Bjp Dispur
Siddhartha Bhattacharya Siddhartha Bhattacharya Himanta Biswa Sarma

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Bjp City District Office, Christian Basti, G. S. Road, Guwahati/
Guwahati
781005