AIDWA ASSAM

Directions

AIDWA ASSAM This is the official page of All India Democratic Women's Association, Assam State Committee.

17/10/2026
আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ এটা সঁজাতি দলে চপাইডাঙলৈ গৈ প্ৰয়াত হিমাশ্ৰী বড়োৰ ঘৰত উপস্থিত হয় আৰু পিতৃ - মাত...
14/10/2026

আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ এটা সঁজাতি দলে চপাইডাঙলৈ গৈ প্ৰয়াত হিমাশ্ৰী বড়োৰ ঘৰত উপস্থিত হয় আৰু পিতৃ - মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

14/10/2026
10/10/2026

Senior leader Brinda Karat, President P K Sreemathi, Vice President KK Shailaja and P Sathee devi along with Kerala State Secretary CS Sujatha have been detained by the neo-fascist regime. Our comrades are fiercely struggling against the dictatorship of the safron regiment.

09/10/2026

নিৰুদ্দেশ হৈ থকা বিবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নৃত্য শিল্পী হিমাশ্ৰী বড়োৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই আকৌ এবাৰ আমাৰ দেশত মহিলাৰ সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। প্ৰতিদিনে নাৰী নিৰ্য্যাতন, ধৰ্ষণৰ বৰ্দ্ধিত ঘটনাই এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে।
নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে এনে পৰিস্থিতিত নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে, ৰাজহুৱা স্থানত নিৰাপত্তা প্ৰদানৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
স্বৰ্ণলতা দাস, সভানেত্ৰী
মৈত্ৰেয়ী মিশ্ৰ, সম্পাদক

Address

Hedayetpur
Guwahati
781003

Website

Alerts

Be the first to know and let us send you an email when AIDWA ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share