একত্ৰীকৰণ সম্পৰ্কে আকছু ৰ সভাপতি অনুপল দত্ত পাঠকৰ মন্তব্য
সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu
ALL ASSAM KALITA JANAGOSTHI STUDENTS' UNION (AAKJSU) is a Students Organization of 70 Lacks Ancient Kalita Janagosti People of Axom..
26/07/2025
https://www.facebook.com/share/p/1Y9RKK8C7V/?mibextid=wwXIfr
সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল বৰ্মনৰ আজি ওপজা দিনলৈ শুভেচ্ছা জনালো৷
26/07/2025
আজি সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কমল বৰ্মন ডাঙৰীয়াৰ ওপজা দিন এই দিনৰ শুভ ক্ষণটিত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ । কলিতা জনগোষ্ঠীৰ নায্য প্ৰাপ্তিৰ সংগ্ৰাম খনত অবদান অতুলনীয় । আশা কৰিছো অনাগত দিনত তেখেতৰ সংগ্ৰামী সত্বাটোৱে কলিতা জনগোষ্ঠীৰ সংগ্ৰাম খনক আৰু অধিক আগুৱাই নিব । শুভ জন্মদিন কমল সংগ্ৰামীকমল সংগ্ৰামীকলিতা জনগোষ্ঠী ছাত্ৰ সন্থাAnupal Dutta Pathakকলিতা জনগোষ্ঠী ছাত্ৰ সন্থাআমি কলিতা জনগোষ্ঠীৰ
07/07/2025
আমাৰ দাবী
কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাসদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu-
06/07/2025
আজিৰ দৈনিক জনমভূমি কাকতত প্ৰকাশিত বাতৰি
কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাসদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu
06/07/2025
আজিৰ অসমীয়া খবৰ আৰু দৈনিক অসম কাকতত প্ৰকাশিত বাতৰি
@কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাসদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu
06/07/2025
বীৰ ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল। তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে । ভগদত্তৰ জীয়েক ভানুমতী সয়ম্বৰ পাতি কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল।সেই বিয়াতে যিটো পুখুৰী খান্দিছিল বৰ্তমানৰ সেই পুখুৰীটোৰ নামেই দীঘলী পুখুৰী । তেওঁৰ আন এগৰাকী কন্যা ধনুমতী পাঞ্চালৰ ধৃষ্টদ্যুম্নৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল।তেওঁ চীন আৰু কিৰাত সৈন্য সহ আৰু বহুত হাতী লৈ যুদ্ধত যোগ দিছিল। সেই সময়ত তেওঁ বুঢ়া আছিল। তেওঁৰ চকুৰ ভ্ৰূ উলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধি লৈ তেওঁ হাতীৰ পিঠিৰ পৰা ৰণ কৰিছিল।কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ পাণ্ডৱৰ অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। ভগদত্তই অৰ্জুনক বধ কৰিবলৈ প্ৰতিৰোধ কৰিব নোৱাৰা অস্ত্ৰ “বৈষ্ণৱাস্ত্ৰ” নিক্ষেপ কৰিছিল।কিন্তু কৃষ্ণই সময় মতে ইয়াক প্ৰতিৰোধ কৰি অৰ্জুনক মৃত্যুৰ পৰা বচায়। অৱশেষত শ্ৰী কৃষ্ণৰ কথা মতে, অৰ্জুনে কাঁড় মাৰি ভগদত্তৰ ভ্ৰূ পটি কাটি দিয়ে আৰু তেওঁৰ ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে।
06/07/2025
আজিৰ নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি
কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাসদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu
06/07/2025
আজিৰ অসমীয়া প্ৰতিদিন কাকত
সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu
Click here to claim your Sponsored Listing.
সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - AAKJSU
✍️🎤২০১৬ চনত জন্ম গ্ৰহণ কৰা সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমৰ কলিতা জনগোষ্ঠীৰ #সত্তৰলাখ (#70Lakh )লোকৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে লগতে জনজাতিকৰণৰ দাবীত নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিছে৷
শেহতীয়াভাৱে বিভিন্ন , #ইলেকট্ৰনিক মাধ্যমৰ প্ৰকাশ আৰু #প্ৰচাৰৰ অনুসৰি বিটিএডিকে ধৰি অন্যান্য স্বায়ত্ত্বশাসিত পৰিষদীয় অঞ্চলত বাস কৰা কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ,ভাষাৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত শংকা ঘনীভূত হোৱা দেখা গৈছে৷অসম চৰকাৰে বিটিএডিত অসমীয়া ভাষা সহযোগী ভাষা হিচাপে ঘোষণা কৰিলেও আমি তাক কেতিয়াও মানি নলওঁ৷বিটিএডিত ৰাজ্যভাষা প্ৰথম ভাষা হ’বই লাগিব৷অন্যথা সদৌঅসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই তাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব৷
অসমৰ প্ৰাচীন তথা খিলঞ্জীয়া জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ যিসকল লোক বিটিএডিৰ লগতে অন্যান্য পৰিষদাধীন অঞ্চলত বসবাস কৰে সেইসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত অতি শিঘ্ৰে অসমৰ কলিতা জনগোষ্ঠীৰ লোকৰ ভাষা,ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ #AAKJSU ই অসম চৰকাৰক দাবী জনায়৷কলিতা জনগোষ্ঠীৰ বাবে সুকীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ বিটিএডিত দহখন আসন কলিতা জনগোষ্ঠীৰ লোকৰ বাবে সংৰক্ষণ কৰিবলৈও দাবী জনোৱা হৈছে৷
অন্যহাতে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই সদায় "কা"ৰ বিৰোধিতা কৰি আহিছে আৰু আগলৈও তীব্ৰভাৱে বিৰোধিতা কৰি যাব,কোনোপধ্যেই "কা" মানি লোৱা নহয়৷
জয় আই অসম
জয়তু সদৌ অসম #কলিতাজনগোষ্ঠী ছাত্ৰ সন্থা
#AAKJSU
Location
Category
Contact the business
Telephone
Website
Address
Guwahati
781005
