31/10/2026
ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় যুঁজাৰু, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী, লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলদেৱক তেখেতৰ পবিত্ৰ জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। দেশৰ ঐক্য আৰু অখণ্ডতাৰ হকে সমৰ্পিত 'ভাৰত ৰত্ন' চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতীয় গণতন্ত্ৰৰ অন্যতম ৰূপকাৰ । তেখেতৰ দেশপ্ৰেম আৰু একতাৰ আদৰ্শই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।