AIUDF Digital Warrior's

Call Directions Contact the organization

AIUDF Digital Warrior's সামাজিক ন্যায়, সম বিকাশ আৰু সম অধিকাৰ প্রতিষ্ঠাই লক্ষ্য আমাৰ

আমি ধুবুৰীবাসীয়ে কৰা ভুল নগাঁও বাসীয়ে যাতে নকৰে ।। আজমল কণ্ঠৰ প্ৰয়োজন আছে ।
18/09/2026

আমি ধুবুৰীবাসীয়ে কৰা ভুল নগাঁও বাসীয়ে যাতে নকৰে ।। আজমল কণ্ঠৰ প্ৰয়োজন আছে ।

15/08/2026

সময়ত আৰু বহুত কথাই ৰাইজে বুজিব পাৰিব নিশ্চয়। আমাৰ বাবে এয়া আচৰিত একোৱেই নহয় পিছে।

বহুতে নাজানে যেঅযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰা শিল্পী দুগৰাকী পশ্চিমবংগৰ মিস্ত্ৰী (বাংলাভা...
26/06/2026

বহুতে নাজানে যে

অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰা শিল্পী দুগৰাকী পশ্চিমবংগৰ মিস্ত্ৰী (বাংলাভাষী মুসলমান) জামালউদ্দিন আৰু তেওঁৰ পুত্ৰ আলাউদ্দিন।

এই দুই মিস্ত্ৰী পিতা-পুত্ৰৰ হাতেৰে নিৰ্মিত ভগৱান ৰামচন্দ্ৰৰ মূৰ্তিত সমগ্ৰ বিশ্বৰ হিন্দুসকলে পূজা-অৰ্চনা কৰি আছে।

তদুপৰি, ৰাম মন্দিৰৰ ৰাম দুৱাৰৰ মূল খনিকৰজনৰ নাম নাৱাজ শ্বৰীফ।

তেওঁৰ সৈতে আন বহুকেইগৰাকী মুসলমান ভাস্কৰশিল্পীয়েও এই কামত নিয়োজিত আছিল।

কামাখ্যাত মুছলমান সন্দৰ্ভ বিক্ৰেতাৰ প্ৰতি কৰা নিন্দনীয় আচৰণ মহিলাগৰাকীৰ অজ্ঞতাৰ পৰিচায়ক।

ART IS NOT A CRIME. EXPRESSION IS NOT A THREAT.The erasure of artist Marshell Baruah's mural depicting Assam's beloved c...
19/06/2026

ART IS NOT A CRIME. EXPRESSION IS NOT A THREAT.

The erasure of artist Marshell Baruah's mural depicting Assam's beloved cultural icon Zubeen Garg is not merely the removal of a painting—it is an attack on artistic expression, cultural identity, and democratic values.

A wall can be repainted, but ideas cannot be erased.

The people of Assam have every democratic right to express their opinions, protest peacefully, and stand in solidarity with artists whose voices represent the emotions and aspirations of society. Targeting an artist and summoning him for actions connected to public expression raises serious concerns about freedom of expression and the shrinking space for democratic dissent.

We strongly condemn every attempt to silence artistic voices and suppress peaceful democratic protest.

They may erase a drawing, but they cannot erase Zubeen Garg from the hearts of the people of Assam.

INJUSTICE TO ART IS INJUSTICE TO DEMOCRACY.

Let Art Breathe. Let Democracy Live.

Farhad Ali
Chairman, IT Front, AIUDF












02/06/2026

কংগ্ৰেছৰ বিধায়কে নাজানে অসমত চলিছে কি !!
বিধানসভাৰ দুৰ্নীতিয়েই হওঁক কিম্বা নলবাৰীৰ মৰ্মান্তিক ঘটনাই হওঁক ! আচৰিত নহয় নে ৰাইজ ???


08/04/2026

100063468050273:2048:Farhad Ali Bhawanipur Sorbhog AIUDF candidate Part 9

08/04/2026

100063468050273:2048:Farhad Ali Bhawanipur Sorbhog AIUDF candidate Part 8

08/04/2026

100063468050273:2048:Farhad Ali Bhawanipur Sorbhog AIUDF candidate Part 7

08/04/2026

100063468050273:2048:Farhad Ali Bhawanipur Sorbhog AIUDF candidate Part 6

08/04/2026

100063468050273:2048:Farhad Ali Bhawanipur Sorbhog AIUDF candidate Part 5

Address

3 Friends Path. Sijubari. , Hatigoan. Guwahati
Hatigaon
781038

Telephone

+919957242050

Website

Alerts

Be the first to know and let us send you an email when AIUDF Digital Warrior's posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AIUDF Digital Warrior's:

Shortcuts

Share