04/10/2026
ইয়াৰ দ্বাৰা হোজাই বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত গ্ৰাহক সকলক জনোৱা হয় যে অহাকালি 05/10/2026 তাৰিখ সোমবাৰে ৰাতিপুৱা ৫:০০-৮:০০ বজালৈ শঙ্কৰ নগৰ control ৰূমৰ অৰ্ন্তগত 11 kV লাইনৰ লাইনত আগন্তক পুজাৰ বাবে জৰুৰীকালীন মেৰামতিৰ কাম কৰা হব। সেয়েহে উক্ত সময়চোৱাত তেলিবস্তি,ধানুহবস্তি, তেটতলটোলা, ইটাগাও লগতে পাৰ্শ্ববৰ্তী অঞ্চলত বিদ্যুৎ যোগান বন্ধ থাকিব।