07/09/2026
সাংগঠনিক নিযুক্তি
ভাৰতীয় জনতা পাৰ্টীৰ হোজাই জিলাৰ সভাপতি আৰু O.B.C মৰ্চাৰ জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে হোজাই জিলাৰ অন্তৰ্গত লংকা O.B.C মৰ্চাৰ মণ্ডল সভাপতি ৰাজীৱ শিল ডাগৰীয়াক দায়িত্ব অৰ্পণ কৰা হল। আশাকৰোঁ অনাগত দিনত তেওঁ দলৰ কাম দায়িত্ব সহকাৰে পালন বুলি আশা কৰিছো।
Manna Paul
Pappu Dey
Dilip Dhar
Dhiraj Nath