NSUI , Gauhati University Unit

NSUI , Gauhati University Unit

Share

NSUI is one of the largest Student Organization in the World, with members at Universities and Colleges across India.

22/06/2022

Feel Free to Contact Us, Regarding any admission related queries.

25/03/2022

#কাশ্মীৰি_ফাইলছৰ_প্ৰতিহে_ইমান_দৰদ_কিয়??
হ'ল বুলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইমান বেয়াকৈ বা দেখা দেখিকৈ নেগুৰ পেলাব পাৰে বুলি ভবা নাছিলোঁ । অসমৰ বৌদ্ধিক সমাজক প্ৰতিনিধিত্ব কৰি আহিছে কথাটোত আকৌ সন্দেহৰ দাগ লাগিব ।
বাকী আমাৰ কব লগা যে বেলেগ বোলছবি যেনেকৈ চাব লাগে তেনেকৈ কাশ্মীৰী ফাইলছো চাওঁক অসম কিম্বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তাত আমাৰ আপত্তি নাই । কিন্তু বোলছবিৰ ইতিহাসত ভগত সিং , কাৰ্গিল যুদ্ধ , মংগল পাণ্ডে , নেতাজী সুভাষ চন্দ্ৰ, কিম্বা জয়মতী আদিৰ দৰে বীৰ বীৰাংগণাৰ ওপৰত নিৰ্মিত নানান দেশপ্ৰেম মূলক বোলছবি নিৰ্মান কৰা হ'ল । কিন্তু তাকটো কেতিয়াও দেখুৱাবলৈ চেষ্টা কৰা নহ'ল । সৰ্বভাৰতীয় প্ৰেক্ষাপটত এইখন বোলছবিৰ প্ৰতিয়ে বিশেষ দৰদ দেখুৱাই শাসকীয় দলে উঠি পৰি লগা কথাটোৱে ইতিমধ্যে আচল উদ্দেশ্য কি তাক বুজাই দিছে । এয়া চিনেমা নে পলিটিকেল প্ৰপাগাণ্ডা ।
বাকী বিশ্ববিদ্যালয়েও স্বকীয়তা কিম্বা নিজৰ স্বাধীনতাখিনি ধৰি ৰাখিব নোৱাৰি এই কাৰ্যত হাত উজান দিয়া কাৰ্য তীব্ৰ গৰিহণাৰ পাত্ৰ ।

07/02/2022
21/01/2022

NSUI Assam

Want your business to be the top-listed Government Service in Jalukbari?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gauhati University
Jalukbari
781014