02/09/2026
ওপজা দিনৰ হিয়াভৰা ওলগ জনালোঁ, বিজেপি অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা সাংসদ শ্ৰীযুক্ত দিলীপ শইকীয়া ডাঙৰীয়া। তেখেতৰ কৰ্মনিষ্ঠা আৰু জনসেৱাৰ যাত্ৰা আৰু অধিক শক্তিশালী হওক। দঃঞি-পঃল’ৰ ওচৰত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনালোঁ। 💐🙏
Bharatiya Janata Party (BJP)
BJP Dhemaji District.
BJYM
BJYM
CMO Assam
BJYM Dhemaji