14/01/2024
ASRLM Jorhat Development Block
Promoting Rural Livelihood
14/01/2024
Har Ghar Tiranga campaign by Community cadres of BMMU Jorhat ,ASRLM
10/04/2023
মহিলা আত্মসহায়ক গোটৰ উদ্যোগত
অসমী বহাগী মেলা ২০২৩
স্থান: বলিয়া গোঁহাই পুখুৰী, ন আলি যোৰহাট
১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিল লৈকে
সকলোৰে উপস্থিতি একান্তই কামনা কৰিলোঁ
11/11/2022
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১১ বছৰীয়া গৌৰৱময় সফল যাত্ৰাত আমাক বিশ্বাস দেখুওৱা তথা সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এখোজ দুখোজকৈ আগবঢ়া আমাৰ এই পৰিয়ালটিৰ সৈতে জড়িত প্ৰায় ৩,১৮,৪৯৫ টা আত্মসহায়ক গোটৰ সদস্যাই নিজৰ স্ব-নিৰ্ভৰশীলতাৰ সপোনক সাকাৰ কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে।
এই যাত্ৰা অনাগত দিনলৈ এনেদৰেই অব্যাহত থাকক। অনন্য আৰু অতুলনীয় হৈ ৰওক প্ৰতিটো দিশ…
10/08/2022
Inaugurated handmade selfie point...
Ghar Tiranga
# Jorhat Dev. Block .
29/07/2022
Inauguration of 4nos ‘ National Flag Selling Point ’ under BMMU-Jorhat .
Jorhat
Dev .Block
29/07/2022
Har Ghar Tiranga campaign by CBO's of BMMU Jorhat.
#
JORHAT #
DEV. BLOCK #
27/07/2022
প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ দেশৰ ত্ৰিৰংগা
আগন্তুক দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ১৩ ৰ ১৫ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীয়ে নিশ্চিতভাৱে প্ৰতিগৰাকী ভাৰতীয়ক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰি তুলিব। গতিকে, আহক দেশপ্ৰেমমূলক এই কাৰ্যসূচীত আমি প্ৰত্যেকেই অংশগ্ৰহণ কৰি কাৰ্যসূচী ভাগক সাফল্যমণ্ডিত কৰি তোলো।
13/04/2022
ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰী যুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুত প্ৰণৱ কুমাৰ বৰা ডাঙৰীয়াৰ উপস্থিতিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা শ্ৰী যুতা কৃষ্ণা বৰুৱা বাইদেৱে যোৰহাট উন্নয়ন খণ্ডৰ ৫৩নং গড়মূৰ গাঁও পঞ্চায়তৰ অধীনত এটি তাঁতশাল প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। উক্ত অনুষ্ঠানত ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক ধ্ৰুৱ গগৈ, ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক পল্লৱ গোস্বামী, প্ৰকল্প প্ৰৱন্ধক প্ৰীতম কাশ্যপ, প্ৰকল্প প্ৰৱন্ধক গৌৰৱ বৰঠাকুৰ, জিলা প্ৰকল্প প্ৰৱন্ধক লিখক জ্যোতি গগৈৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বহু বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।
A weaving training center was inaugurated by State Mission Director Krisha Baruah madam, in presence of honourable member of parliament- Rajyasabha, Mr. Kamakhya Prasad Tasa, CEO Zila parishad -Jorhat, Mr. Pranab Kr Bora at Garmur area under Jorhat Development block.
10/04/2022
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মৰিয়নী মণ্ডলৰ অন্তৰ্গত সঞ্জীৱনী মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত অসমী বহাগী মেলা ২০২২ উদ্বোধন কৰে মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী দেৱে। লগতে অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাট উন্নয়ন খণ্ড বিষয়া কৃতিকা শৰ্মা মহোদয়া, খণ্ড প্ৰকল্প প্ৰবন্ধক মাধুৰ্য শইকীয়া আৰু বহু গণ্য মান্য ব্যক্তি । নামৰূপীয়া চেমনীয়া বিহু হুঁচৰি দলৰ দ্বাৰা শুভাৰম্ভ কৰা অসমী বহাগী মেলা খনি ৯ এপ্ৰিলৰ পৰা ১২ এপ্ৰিল ২০২২ লৈকে চলিব। উক্ত মেলাত আত্ম সহায়ক গোটৰ সদস্য সকলে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সম্ভাৰ আৰু বস্ত্ৰ উপলব্ধ হৈছে।
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Jorhat
785001
Opening Hours
| Monday | 10am - 5pm |
| Tuesday | 10am - 5pm |
| Wednesday | 10am - 5pm |
| Thursday | 10am - 5pm |
| Friday | 10am - 5pm |
| Saturday | 10am - 5pm |
