CSC Academy Center

CSC Academy Center

Share

Digital Seva, Online Exam Center. Our Website arunodoyacademy.co.in

Photos from CSC Academy Center's post 07/02/2023

এটা বহুত বহুত বেছি ভাল খবৰ। ভৱিষ্যতৰ বাবে নিজক অকণমান সুৰক্ষা দিব পাৰিব। আনে দিব নোৱাৰা কিবা এটা দিব চেষ্টা কৰিছো। আগ্ৰহী সকলে ইনবক্স কৰিব। মাৰ্চ মাহৰ আগত গ্ৰহণ কৰিব লাগিব এই সুবিধা।

Amrit Institute of Management and IT, Lahdoigarh ৰ নতুন সংযোজন।
যদি আপোনালোকে আমাৰ Institute ৰ অধীনত ADCA, PGDCA course কৰিব বিচাৰে তেন্তে আপোনালোকে NAPS ৰ অধীনত 60 বছৰ বয়স লৈকে মাহে 1500/- টকাকৈ ভাৰত চৰকাৰৰ পৰা সাহায্য লাভ কৰা সুবিধা গ্ৰহণ কৰিব পাৰিব।
Offer valid মাৰ্চ 2023 লৈকে।

(TC apply)

06/09/2022

#চি_এছ_চি পৰিবহন সেৱা কিয় প্ৰয়োজন ?

X : বন্ধু, কিয় চিন্তাত আছা ।

Y : আজি দেওবাৰ Pollution Centre বন্ধ, কালিলৈ কৰিব গলে ₹৫০০ টকা জৰিমনা দিব লাগিব । ইফালে জিলা পৰিবহন বিভাগে Enforcement Drive আৰম্ভ কৰিছে । কি কৰো ভাবি পোৱা নাই । এই মাত্ৰ চি.এছ.চি সঞ্চালক জনক সোধাত তেওঁ জনালে।

X : সজাগতা আৰু অৱহেলাৰ বাবে আমি এনেদৰে বিপদত পৰিব লাগে । তোমাৰটো ড্ৰাইভিং লাইচেন্স ও নাই ? ঘৰৰ কাষতে সকলো কাম হোৱাৰ পাছতো ?

আহক আমি সকলোকে সজাগ কৰো।

16/08/2022

Our Students

19/06/2022

Contact Us

19/06/2022

Coming soon!!

Registration for at CSC under the Scheme...

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Address


Jorhat
785700

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm