23/03/2026
BJP ST Morcha,Jorhat Dist.
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP ST Morcha,Jorhat Dist., Political organisation, Jorhat.
23/03/2026
21/03/2026
Memory of Afola Po:rag,Bokakhat .
24/01/2026
সবল নাৰীয়ে শক্তিশালী সমাজ গঢ়ে । প্ৰতিটো কন্যা শিশু ভৱিষ্যতৰ এখন উন্নততৰ সমাজৰ আধাৰ । ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ অলেখ শুভেচ্ছা।
24/01/2026
24/12/2025
অসমৰ আটাইতকৈ শ্ৰেষ্ঠ 'ব্ৰেণ্ড এম্বেছাডৰ' ❤️
24/12/2025
আমাৰ চৰকাৰ আমাৰ ভাষা-সংস্কৃতিৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ৷ আপোনালোকৰ অৱগত যে ২০২৫ চনটি আমি 'গ্ৰন্থবৰ্ষ ২০২৫' হিচাপে উদযাপন কৰি আছোঁ৷ গ্ৰন্থ বৰ্ষৰ লগত সংগতি ৰাখি অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা ৮১৮গৰাকী ৪০ অনূৰ্ধ্ব যুৱ লেখক-লেখিকা 'যুৱ লেখক সন্মান'ৰ বাবে নিৰ্বাচিত হৈছে। আমি নিশ্চিত যে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে এই সন্মানে যুৱ লেখকসকলক অনুপ্ৰেৰণা যোগাব। উক্ত সন্মানপ্ৰাপক প্ৰতিজনকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷
আপোনালোকৰ সৃষ্টিশীলতাই অসমক ধন্য কৰক--- সেয়াই কামনা কৰিলোঁ৷
Our young writers will carry forward Assam's literary legacy.
As part of , we will confer 818 writers with ₹25,000 each to support them in their pursuits
We have taken this initiative to popularise a culture of reading in the State.
Congratulations to all writers!
16/12/2025
অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক উপ-সভাপতি, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি, ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ দীনেশ্বৰ তাছা ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। শৈক্ষিক ক্ষেত্ৰকে ধৰি সমাজৰ বিভিন্ন দিশত তেখেতে আগবঢ়াই থৈ যোৱা অৰিহণা স্মৰণীয় হৈ থাকিব।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ যোৰহাট জিলা অনুসূচিত জনজাতি মৰ্চাৰ তৰফৰপৰা গভীৰ সমবেদনা জনালোঁ। ঔঁম শান্তি 🪔 🙏
16/12/2025
সংসদত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই ফাদিল কৰিলে কংগ্ৰেছৰ তিনিটা বৃহৎ ভোট চুৰিৰ ঘটনা । উল্লেখ্য যে ক্ষমতাৰ লালসাত দিশহাৰা হোৱা কংগ্ৰেছে অপপ্ৰচাৰ আৰু ভুৱা বাখ্যাৰে বাৰে বাৰে দেশবাসীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে।
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Jorhat
