17/07/2021
বৰ্তমান কভিড সংক্ৰমণৰ বাবে যোৰহাটত দিয়া সম্পূৰ্ণ লকডাউনৰ বাবে যোৰহাট মেডিকেল কলেজ আৰু হস্পিতালত থকা ৰোগীৰ অভিভাৱকসকলে খাদ্য সংকটত ভুগিব লগা হোৱাত "আমি"ৰ তৰফৰ পুণৰাই মেডিকেল কলেজৰ চৌহদত বিনামূলীয়া খাদ্য বিতৰণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ এই কাৰ্যসূচী সম্পূৰ্ণ লকডাউন হৈ থকালৈকে চলাই নিবলৈ "আমি" অংগীকাৰবদ্ধ৷ এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিলো🙏
Thank you
17/07/2021
কভিড পৰিস্থিতিত সমাজৰ হকে সমাজৰ কাষত থিয় দিয়াৰ অংগীকাৰেৰে "আমি"ৰ আন এটি পদক্ষেপ - ভেকচিনেশ্যন শিবিৰ৷
যোৱা ১২ জুলাই তাৰিখে যোৰহাট নাজিৰণিবাৰী অঞ্চলৰ হিন্দু মিলন মন্দিৰত "আমি"ৰ উদ্যোগত অনুষ্ঠিত হয় এটি ভেকচিনেশ্যন শিবিৰ৷ প্ৰায় ৩০০ লোকক এই শিবিৰত কভেক্সিন ভেকচিন প্ৰদান কৰা হয়৷ অতি সোনকালেই আৰু এনে শিবিৰ অনুষ্ঠিত কৰি ৰাইজক সুবিধা কৰি দিয়াৰ বাবে "আমি" অঙ্গীকাৰবদ্ধ🙏
Thank you
15/07/2021
বেঞ্জামিন ফ্ৰেংকলিনৰ মতে - "কুৱা শুকালেহে পানীৰ মূল্য বুজা যায়৷"
পানী যেনেকৈ অমূল্য, ঠিক তেনেকৈ তৃষ্ণাতুৰক পানী যাছি যি সুখ পোৱা যায় তাক ভাষাৰে বুজোৱা টান৷ "আমি-সমাজৰ বাবে"ৰ হৈ JMCHৰ নৱনিৰ্মীত COVID ICUত এটি পানীৰ RO Plant বহোৱা হল৷ দুটা RO filter আৰু এটা ১৫0 লিটাৰৰ storage tank যোৱা ৬ জুলাই তাৰিখে চুপাৰিণটেণ্ডেণ্ট ড০ পূৰ্ণিমা বৰুৱাৰ উপস্থিতিত অৰ্পণ কৰা হয়৷
RO filter দুটাৰ দুগৰাকী দাতা ক্ৰমে গায়ত্ৰী গগৈ আৰু Air forceৰ Wing Commander শান্তনু বাৰ্মা৷ সম্পূৰ্ণ Stainless steelৰে নিৰ্মিত water storage tank টোৰ দাতা যোৰহাটৰ অন্যতম ব্যৱসায় প্ৰতিষ্ঠান পাঞ্জাৱ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰ যছমিত সিং৷ লগতে "আমি"য়ে বিশেষভাৱে ধন্যবাদ জনাব বিচাৰে যোৰহাটৰ এগৰাকী উদীয়মান ব্যৱসায়ী অনমিত্ৰ শৰ্মাক, যি বহু কম মূল্যতে দুটা RO filter যোগান ধৰাৰ লগতে বিনামূলীয়াকৈ এবছৰৰ বাবে maintenanceৰ দায়িত্বও গ্ৰহন কৰে৷ "আমি"ৰ সদস্যসকলৰ লগতে উক্ত অনুষ্ঠানত অন্যতম এগৰাকী দাতা গায়ত্ৰী গগৈও উপস্থিত থাকে৷
ইয়াৰ পাছতে অসমৰ অন্যতম মছলা ব্ৰেণ্ড "এভ্ৰিডে মছলা"ৰ কৰ্মী অৰূপ সাহা, ৰিপন পাল আৰু জাবালিক খাউণ্ডে কভিড আক্ৰান্ত ৰোগীসকলৰ বাবে ৯৬0টা ১ লিটাৰৰ পানী বটল আগবঢ়ায়৷
Thank you
Team 🙏
04/07/2021
আজি ৪/৭/২০২১ তাৰিখে ভগামুখৰ তামূলী বৰুৱা গাওঁ, ধেমাজী গাওঁ আৰু বৰা গাৱঁৰ কন্টেইনমেন্ট জ'নত থকা প্ৰায় ১২০ঘৰ মানুহত "আমি"ৰ তৰফৰ পৰা বিনামূলীয়াকৈ চেনিটাইজ কৰা হয়৷ আমিৰ এই চেনিটাইজ প্ৰগ্ৰেমৰ বাবে দিল্লী নিৱাসী উলুপী দত্ত কলিতাই তেখেতৰ স্বৰ্গগামী স্বামী প্ৰয়াত অৰূপ কলিতাৰ সোঁৱৰণত ২০ লিটাৰ চেনিটাইজাৰ প্ৰদান কৰে৷ "আমি"ৰ তৰফৰ পৰা যোৰহাটৰ দাতিকাষৰীয়া অঞ্চলত আৰু চেনিটাইজ কৰা হব৷ ভগামুখ অঞ্চলৰ পঞ্চায়তৰ প্ৰতিনিধি টুলুমণি শৰ্মাই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই৷
Thank you
Team 🙏
15/06/2021
Service to our fellow beings is a noble way in fulfilling responsibilities towards the society and to achieve peace of mind.
Yesterday the teachers of Balya Bhavan, Jorhat came forward to offer food to the attendants of the patients admitted at Jorhat Medical College & Hospital along with Mrs. Rimpi Baruah Bharadwaj (an alumnae of Balya Bhawan, Jorhat) who donated a cash amount for the food distribution drive on the occasion of her father's "Adhyashradha".
Close to 550 people received our food packets yesterday at JMCH.
We are glad that could be the medium through which people could express their gratitude towards the society.
Team 🙏
[14th June, 2021]
13/06/2021
Happy Sunday to everyone.
We had a great ending to the week yesterday. 1st of all, we'd like to wish a very happy birthday to the little angel Ruhani Tayal from everyone at team
Yesterday's meal distribution at Jorhat Medical College & Hospital was done on behalf of Miss Ruhani, through her grandparents (Nana-Nani) and her uncle (Mama)
As per their wishes, close to 500 people received a packet of food and sent their blessings to Ruhani. We at AAMI are grateful for their contribution, and would like to wish the very best of the future and good health to little Ruhani and her family.
Thank you ❤️🙏
[12th June, 2021]
10/06/2021
যেতিয়া 'আমি' গঠন কৰিছিলো সমাজৰ বাবে, তেতিয়া ভবা নাছিলো যে সমাজখনো আমাৰ লগত খোজত খোজ মিলাই আগবাঢ়ি আহিব৷ আমি গঠন হোৱাৰ আজি ২৩ নম্বৰ দিন৷ আজি যেন সমাজখনেই আমাৰ লগত সুৰত সুৰ মিলাই "আমি" হৈ পৰিছেহি৷
প্ৰতি দিনে ৪০০-৫০০ জন নৰৰূপী নাৰায়ণক সেৱা কৰো এসাজ অন্নৰে৷ নাই তাত কোনো ধনী দুখীয়া৷ নাই কোনো জাতপাত৷ মানুহ হিচাপে ইয়াতকৈ আৰু কি সুখানুভূতি আছে কওক?
আমি মাথো ধন্যবাদ জনাব পাৰো প্ৰতিজন সুহৃদক যি এই আৰ্তসকলৰ বাবে কিবা এটা কৰাত আমাৰ শক্তি হৈ আমাৰ কাষত ঠিয় দিছেহি৷
আমি লগতে আমাৰ কণ্ঠ হৈ আমাৰ লগত শাৰী পুৰাই ঠিয় হোৱা প্ৰতিজন সংবাদকৰ্মীলৈকো এইচেগতে কৃতজ্ঞতা জনাইছোঁ৷
Team 🙏
[9th June, 2021]
10/06/2021
🙏❣️
जोरहाट मेडिकल कॉलेज में खिचड़ी वितरण का 22वां दिन
लोग जुड़ते गये और कारवां बनता गया : सांसद तासा
जोरहाट 9 जून- शहर में कोविड परिस्थितियों के बीच मदद के हाथ बढ़ाने वालों की कमी नहीं है। मुसीबत की इस घड़ी में चेहरे भले नजर न आए लेकिन सहायता के लिए उठने वाले हाथ सामने आ ही जाते हैं। इसी कड़ी में कुछ उत्साही युवक़ों ने महामारी के इस दौर में जरूरतमंदों के लिए खाने का प्रबंध करने का बीड़ा उठाया है। पिछले तीन हफ्ते से इसके तहत जोरहाट मेडिकल कालेज अस्पताल में रोजाना मरीजों, तीमारदारों व अन्य कर्मरत लोगों के बीच खिचड़ी वितरित की जा रही है। आमि होमाजोर बाबे के बैनर तले हो रहे सेवा के इस कार्य का आज 22वां दिन था। इस मौके पर राज्यसभा सांसद कामाख्या प्रसाद तासा भी वितरण के दौरान पहुंचे। मालूम हो कि तासा भी इस मुहिम से शुरुआत से ही जुड़े हुए है। मौके पर मौजूद सांसद तासा ने कहा कि सेवा के इस कार्य में खुद सहभागिता करना सुखद है। उन्होंने कहा कि लोग आते गए और कारवां बनता गया। रोजाना यहां 500 लोग इस सेवा से लाभान्वित हो रहे है। सेवा में शामिल जाबालिक खाउंड, तपन चांगकाकोटी, अनमित्रा कलिता, शुभम साहा, अशोक घोष, देबोजीत गोस्वामी, राणा घोष व गणेश महतो (हलवाई) जैसे नामों की लंबी फेहरिस्त है। कोरोना हालात के बीच इस सेवा के आगे भी जारी रहने की बात संगठन ने कही।
09/06/2021
We're very happy to share this bit of news with all our supporters and well-wishers.
Yesterday during our food distribution drive at JMCH, we were greeted with a certificate of appreciation by প্ৰজ্ঞা সাৰথি , a socio-cultural organisation in Jorhat. We are grateful to them for acknowledging our effort and appreciating our campaign. This only motivates everyone at to continue doing the good work for JMCH Official. and the society. We extend our heartfelt gratitude towards the members of Progya Sarothi once again.
Thank you 🙏❤
Team
[8th June, 2021]
08/06/2021
We'd like to bring to your attention a few print media articles from this and the past week, namely from Adhunik Asom Guwahati & Aamar Asom.
We're thankful for their coverage of the hard work that all our volunteers have been doing.
carried out their daily food distribution drive yesterday at JMCH Official. Some pictures from yesterday's drive below
Thanks to everyone for your support.
You can continue doing so by making any contribution, or by sharing our posts/page
Team 🙏
[7th June, 2021]
06/06/2021
Food distribution drive at JMCH Official. today.
Cooked evening meal received by 400 to 450 people.
We continue to thank all the doctors and medical staff of Jorhat Medical college and hospital who're fighting this fight against the pandemic for the people of Jorhat.
Team
[6th June, 2021]
05/06/2021
Happy
We wanted to do something for our environment today, apart from doing our bit at JMCH.
Today volunteer members of team were present at Balya Bhavan, Jorhat and Shemford Futuristic K-12 School, Jorhat for a tree plantation drive that was organized by us.
We were greeted by the presence of Rajya Sabha MP Mr Kamakhya Prasad Tasa and ADC of District Administration, Jorhat Ms Akashi Duarah at Balya Bhawan school.
It is essential we care and be kind towards the environment around us, and team is glad to have taken their first steps about it through this plantation drive. We're positive there will be more to come in the future.
[5th June, 2021]