27/03/2026
DIPRO Jorhat
Sharing Government Information
27/03/2026
15/05/2025
বিশ্বৰ বজাৰত অসমৰ কৃষিজাত সামগ্রীৰ নৱ উত্থান!
অসমত উৎপাদিত সামগ্রীয়ে এতিয়া লাহে লাহে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিছে। শেহতীয়া বছৰসমূহত বহুখিনি কৃষি সামগ্রী বাহিৰৰ দেশলৈ প্রেৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে আমিও কৃষকসকলক গুণগত ফলমূল আৰু পাচলি উৎপাদন কৰিবলৈ উৎসাহিত কৰাৰ পদক্ষেপে গ্রহণ কৰিছোঁ।
Produced in Assam, consumed by the world 🫚🍍
Assam's agri products, with their high quality, are becoming the market's favourite.
A lot of products have been exported in the last few years and we are encouraging farmers to grow more quality fruits & veggies.
15/05/2025
15/05/2025
29/03/2025
যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত নাৰী সবলীকৰণৰ হকে "Empowering Young Minds: Essay Competition for Girls" প্ৰতিযোগিতাৰ আয়োজন কৰি কন্যা শিক্ষাৰ্থীৰ মাজত সৃষ্টিশীলতাক উৎসাহিত কৰাৰ লগতে নাৰীয়ে সবলভাৱে আগুৱাই যাবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপৰ বাবে শলাগ লৈছে৷ এই প্ৰতিযোগিতা ১৪-১৮ বছৰ আৰু ১৯-২৫ বছৰ বয়সৰ বাবে মুকলি থাকিব৷ অংশগ্ৰহণকাৰীসকলে "এদিন জিলা আয়ুক্ত হিচাপে" বিষয়ত ৫০০-৭৫০ শব্দৰ মৌলিক ৰচনা ইংৰাজী বা অসমীয়াত লিখিব লাগিব। ১৬ এপ্ৰিলৰ ভিতৰত অনলাইন বা অফলাইনত জমা দিব পাৰিব এই লেখা৷ ১৯ মে’ ২০২৫ত ফলাফল ঘোষণা কৰা হ’ব৷ অংশগ্ৰহণকাৰী যোৰহাট জিলাৰ হ'ব লাগিব আৰু বয়সৰ প্ৰমাণ পত্ৰ দিব লাগিব। বিতং জানিবলৈ তলৰ বিজ্ঞাপনৰ QR code scan কৰিলে বিশদভাৱে জানিব পাৰিব৷
Dear young minds of Jorhat,
SANKALP: HUB for Empowerment of Women, under the Department of Women and Child Development, Jorhat, is organising "Empowering Young Minds: Essay Competition for Girls" under the scheme. Open to girls aged 14-25, the competition invites original essays (500-750 words) on "One Day as District Commissioner" in English or Assamese. Winners will receive trophies, certificates, and a rare opportunity to serve as DC or ADC for a day.
District Administration, Jorhat
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Telephone
Website
Address
D. C Office
Jorhat
785001
