Pride of Assam

Pride of Assam

Share

জয় আই অসম

Photos from Pride of Assam's post 06/03/2026

NO CAPTION 😞

04/03/2026

যোৱা কালি যিখন কংগ্ৰেছ দলৰ টীকত উলালে তাৰ ভিতৰত কিছু সংখ্যক কোনোবা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ
কোনোবা প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পুত্ৰ বোৱাৰী
বৰ্তমান সময়ত যেন দলৰ নিষ্ঠাৱান কৰ্মী সকলে দুবছৰ তিনিবছৰ আগৰ পৰা নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলায় থকা তেওঁলোকৰ যেন কোনো মূল্য নাই।।
বংশবাদ হ'ল কংগ্ৰেছ দলৰ মূল লক্ষ্য

03/03/2026

যোৰহাট সমষ্টিত নতুন মুখৰ প্ৰয়োজন আছিল?

03/03/2026

পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা যেন কংগ্ৰেছ দল কেতিয়াও মুক্ত নহয় আৰু মন্ত্ৰী MLA পুতেক হ'লে MLA খেলিব পাৰে তাৰ প্ৰমাণ ৪২ সমষ্টিৰ প্ৰাৰ্থী ঘোষণাই প্ৰমাণ কৰে ।।
Gaurav Gogoi
Indian National Congress - Assam

24/02/2026

কি হ'ব যোৰহাট বিধানসভা সমষ্টিত?
যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে এজন যুৱ নেতা ক ৰাইজে বিচাৰে?
কোন এই প্ৰাৰ্থী জন ?

24/02/2026

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

30/01/2026

📍 কি হ'ব যোৰহাট সমষ্টিৰ ভৱিষ্যত
📍 দুৰ্নীতিগ্ৰস্ত লোকে যদি টিকত পাই কোন দিশে যাব যোৰহাট ভৱিষ্যত?
📍এই ক্ষেত্ৰত কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ওপৰত নিৰ্ভৰ কৰিব কোন ভাল কোন বেয়া
📍 যুঁজ হোৱাৰ আগতে যুঁজ ৰ যেন সমাপ্ত ঘটিব যোৰহাট সমষ্টিত।।
আমি যোৰহাট সমষ্টিত এজন যুৱ নেতা আৰু নিকা ভাবমূৰ্তিৰ নেতা বিচাৰোঁ আপোনালোকে বিচাৰে নে?

10/01/2026

কাৰোবাৰ আৰ্শীবাদত সাংসদ হোৱা লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হোৱা এজনে ষ্টীট লাইট ও উদ্ধোধন কৰি ফুৰিছে সমষ্টিয়ে সমষ্টিয়ে যোৰহাট ত, শুনিছোঁ য'ত লাইট খুটা পুতিছিল তাত বোলে গেছৰ পাইপৰ পৰা জুই জ্বলি গ'ল ?
এইয়া কি শুনিছোঁ

26/11/2025
25/11/2025

২০২৬ ৰ বিধানসভা নিৰ্বাচনত টীয়ক বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাক বিচাৰে?
Pallabi Gogoi
Bani Hazarika

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gar Ali
Jorhat
785001