অসম চাহ জনজাতি ছাত্র সন্থা মেলেং উপ শাখাৰ অন্তর্গত জটকীয়া চাহ বাগিচাৰ বনুৱা প্ৰাথমিক বিদ্যালয় আৰু জটকীয়া বাগান প্রাথমিক বিদ্যালয়ত সন্থাৰ বিষয়ববীয়া সকলৰ লগত পৰিদৰ্শন কৰোঁ। উক্ত দুয়োখন বিদ্যালয়ৰে শিক্ষক সকলৰ লগত ছাত্র ছাত্রী শৈক্ষিক দিশটো সবল কৰা লগতে আধাতে বিদ্যালয় এৰি দিয়া ছাত্ৰ ছাত্ৰীক কেনেকৈ বিদ্যালয় মুখী কৰিব পাৰি আৰু ছাত্র ছাত্রীক নিয়মীয়াকৈ সদায় বিদ্যালয়ত উপস্থিত কৰোৱা ক্ষেত্ৰত আলোচনা কৰা হয়।
আট্ছা মেলেং উপ-শাখা ATTSA Meleng sub Branch
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আট্ছা মেলেং উপ-শাখা ATTSA Meleng sub Branch, Social service, Chenijan, Jorhat.
Purva Bharati Educational Trust Organization in Assam.ৰ অধিনত চাহ জনজাতি মহিলা ফুটবল প্রতিযোগিতা অনুস্থিত হয় ,প্রতিযোগিতাত চৰাইদেও বনাম খেৰকটিয়া চাহ বাগিছাৰ ,দুয়োটি দলে একে লগে ঝুমুৰ নৃত্য পদর্শন কৰে ! ৰিপুন তাঁতী
26/01/2025
যোৱা ইং ২৫ জানুৱাৰী ২০২৫ বৰ্ষৰ অসম চাহ জনজাতি ছাত্র সন্থা (আচ্ছা) যোৰহাট শাখা সমিতিৰ মেলেং চাহ বাগিছাৰ ২১ নং বাগান পঞ্চায়ত ত অনুষ্ঠিত হোৱা প্ৰথমখন সাধাৰণ পৰিষদৰ সভাত আমি মেলেং উপ-শাখা হৈ উপস্থিত থাকো। লগতে আমাৰ মেলেং উপ শাখা সমিতিৰ নেতৃত্বত লোৱা কাৰ্যসূচী, আৰু শ্ৰমিকৰ হকে কৰা কামৰ সম্পূর্ণ তালিকাসমূহ এই সাধাৰণ পৰিষদৰ সভাত দাখিল কৰোঁ। আৰু অনাগত দিনতো ৰাইজৰ সেৱা আৰু ৰাইজৰ বাবে ভাল কাম কৰিবৰ বাবে কথা দিও
উক্ত সভাত কেন্দ্রীয় সমিতিৰ কাৰ্যনির্বাহক সদস্য সন্মানীয় অষিনি কুমাৰ তাচা ডাঙৰীয়াই সুন্দৰ পৰামৰ্শ লগতে উদ্দগনিমূলক বাৰ্তাৰ যোগেদি উপস্থিত সমূহ আট্ছা কর্মীক অনুপ্রাণিত কৰে। আৰু আমি আশাবাদী এই সাধাৰণ পৰিষদত লোৱা সিদ্ধান্তই ৰাইজৰ মাজত এক নতুন পৰিবৰ্তন আনিব। ধন্যবাদ।
।
22/01/2025
যোৱা ইংৰাজী ২১ তাৰিখে যোৰহাট জিলাৰ , বিভিন্ন প্রান্তত অনুস্থিতত হোৱা বিদ্যালয় গুণউৎসৱত চটাই যাদৱপুৰ বনুৱা প্রার্থমিক বিদ্যালয়ত , গুণউৎসৱ পর্যবেষক সিচাপে অহা কাকজান মহাবিদ্যালয়ৰ অধক্ষ্য তুফেল জিনানী চাৰক মেলেং উপ শাখা তৰফৰ পৰা অভিনন্দন জনাও !
09/01/2025
আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা ( ATTSA) মেলেং উপ-শাখাৰ যি প্রথম কার্যসুছী আছিল বিদ্যালয় পৰির্দশন কৰা , গতিকে আমাৰ প্রায় বিদ্যালয় পৰির্দশন , সমাপ্ত হৈছে , সেয়েহে আজিৰে পৰা আমাৰ দ্বিতীয় কার্যসুছী , ১ মাহ ২ মাহ ধৰি বিদ্যালয়লৈ নোজুৱা ছাত্ৰ-ছাত্ৰীক বিদ্যালয় মুখি কৰা ! গতিকে আজি আমি মেলেং উপ-শাখাৰ অন্তৰ গত চটাই ,যাৱপুৰ ,আৰু চাওঁঁৰা বস্তিৰ ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰলৈ গৈ অভিভাৱকক সাক্ষাত কৰাৰ লগতে , বিদ্যালয় নপঠোৱা ঘৰুৱা সমস্যা সমূহৰ বুজ লৈ , সমস্যা সমূহ সমাধান কৰি দিয়াৰ প্রতিস্তুতি দিওঁ ! এনে এক অভিজানত আমাক বিষেশ ভাৱে সহায় কৰা চটাই যাৱপুৰ অঞ্চলৰ শ্রী কিচৌৰকুমাৰ মাহত্ব ( সমাজ কর্মি ) দেৱক মেলেং উপ-শাখা তৰফৰ পৰা ধন্যবাদ জনাইছো !
এই অভিজান উপস্থিত থাকে যোৰহাট শাখাৰ সাংস্কৃত সম্পাদক শ্রী ৰিপুন তাঁতী
মেলেং উপ-শাখাৰ সভাপতি শ্রী অনন্ত নায়ক
মেলেং উপ-শাখাৰ সহকাৰি সম্পাদক শ্রী দিপ বাউৰী !
||অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ ||
জয় আই অসম
07/01/2025
মেলেং উপ-শাখাৰ উদ্যোগত আৰু যোৰহাট শাখাৰ সহযোগত মেলেং অঞ্চলৰ বিদ্যালয় সমূহত পৰিদর্শন কৰাৰ যি অভিজান চলী আছিলে আমাৰ প্রায় শেষ হ'বৰ হৈ আহিছে ,আজি আমি,৪ খন বিদ্যালয় পৰিদর্শন কৰো বিদ্যালয় সমূহ তলত উল্লেখ কৰা হ'ল —
১/ যুগিভেটা বাগান প্রার্থমিক বিদ্যালয়
২/ চাংচোৱা বস্তি প্রার্থমিক বিদ্যালয়
৩/জেইলমৰা বস্তি প্রার্থমিক বিদ্যালয়
৪/ মুণ্ডা বস্তি প্রার্থমিক বিদ্যালয়
বিদ্যালয় পৰিদর্শন কার্যসুছীত উপস্থিত থাকে
আট্ছা যোৰহাট শাখাৰ সাংস্কৃতিক সম্পাদক শ্রী ৰিপুন তাঁতী,যোৰহাট শাখাৰ সাংগঠনিক সম্পাদক দীনেশ গড় , মেলেং উপ-শাখাৰ সভাপতি অনন্ত নায়ক ,মেলেং উপ-শাখাৰ সম্পাদক বিকাশ কুর্মী !
আমি পৰর্বতী কার্যসুছী আগবঢ়াই লৈ যাবলৈ আপোনালকৰ দিহাপৰামর্শৰ আশাবাদি ৷
বনৰজাৰ আতংকৰ বাবে কলিয়াবৰত হাহাকাৰ। আজিৰেপৰা আৰম্ভ গুণোত্সৱলৈও বনকৰ্মীৰ এছক'ৰ্ট লৈ বিদ্যালয়লৈ যাবলগীয়া হ'ল কণকণ শিশু। বিহুটিক আদৰাৰ বাবে ভেলাঘৰ আৰু মেজি সাজিবলৈও বনকৰ্মীৰ সুৰক্ষা বেষ্টনীৰ মাজৰে বাঁহ আনিবলৈ গ'ল কলিয়াবৰৰ বাসিন্দা সকল সেয়েহে আমি আট্ছা মেলেং উপ-শাখাহৈ ধন্যবাদ জনাইছো বনকর্মী সকলক !!
05/01/2025
যোৱা ইংৰাজী ০১-০১-২০২৫ তাৰিখে নববর্ষৰ প্রথম দিনটোতে মেলেং অঞ্চলৰ জটকীয়া চাংচোৱা বস্তিত এজন সুৰাপায়ী উদশু বাইক চালকৰ খুন্দাত এজন শিশুৰ থিতাতে মৃত্যু হ'বলগীয়া হয়। জানিব পৰা মতে মধুপুৰ গাঁওৰ নিৱাসী ৰাজেন বৰাৰ পুত্র শ্রী দাদু বৰা নামৰ এজন যুৱকে সুৰাপান কৰি তীব্র বেগেৰে বাইক চলাই আহি পথৰ কাষত ৰৈ থকা শ্রী ৰাহুল নায়কৰ পুত্র শিশু মহিৰ নায়ক (বয়স চাৰি বছৰ) ক খুন্দা মাৰে ৷ ফলত ঘটনা স্থলীতে শিশু মহিৰ নায়কে মৃত্যুক সাবটি ল'বলগীয়া হয়।
গতিকে আমি আটছা মেলেং উপ শাখা সমিতিৰ হৈ উক্ত ঘটনাৰ লগত জড়িত উদণ্ড বাইক চালক শ্রী দাদু বৰাক উপযুক্ত শাস্তি প্রদানৰ লগতে মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ ব্যবস্থা কৰি দিবৰ বাবে আহৱান জনালো।
লগতে ভবিষ্যতে যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ প্রতি লক্ষ্য ৰাখি মেলেং অঞ্চলত বৃদ্ধি পোৱা তীব্রবেগী উদণ্ড বাইক চালক সকলক নিয়ন্ত্রণ কৰিবলৈ দাবী জনালো।
#
29/12/2024
অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) কেন্দীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মানকটা চাহবাগিছাত ৭৭ তম প্রতিস্ঠা দিৱসত ,মেলেং উপ-শাখাৰ অন্তৰগত, যোৰহাট জিলা সমিতিৰ সহকাৰি সম্পাদক
#শ্রী মিন্টু কুর্মি ,ডাঙৰীয়া ,
যোৰহাট শাখা সমিতিৰ সভাপতি
#শ্রী নচিব গোচাই ডাঙৰীয়া
যোৰহাট শাখাৰ সম্পাদক
#শ্রী সিদ্ধাথ কর্মকাৰ ডাঙৰীয়া
উপ সভাপতি
#শ্রী প্রকাশ ভূমিজ ডাঙৰীয়া
সহকাৰি সম্পাদক
#শ্রী উত্তম কালন্দি ডাঙৰিয়া
#শ্রী দেৱ তাঁতী ডাঙৰিয়া
সাংস্কৃতিক সম্পাদক
#শ্রী ৰিপুন তাঁতী
সাংগঠনিক সম্পাদক
#শ্রী দিনেশ গড়
মেলেং উপ-শাখাৰ
#শ্রী অননন্ত নায়কৰ ডাঙৰিয়াৰ লগতে মেলেং উপ-শাখাৰ সমূহ বিষয় উপস্থিত থাকো !
যোৱা ইং ২৮/১২/২০২৪ তাৰিখে অসম চাহ জনজাতি ছাত্ৰ সন্থা ( ATTSA ) কেন্দীয় সমিতি প্রতিস্ঠা দিৱসত বৰচিলা চাহ বাগিছাৰ ঝুমুৰ দলটিৰ নিত্য পৰিবেষন কৰে !
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Chenijan
Jorhat
