Jorhat District Congress Minority Committee
� Jorhat District Congress Minority Committee
Samanta, Bhaichaara aur Nyay ki awaaz �
Humara uddeshya
01/04/2026
29/03/2026
17/01/2026
আজি যোৰহাট জিলা কংগ্ৰেছ কমিটীৰ সভাপতি পুতুল বুঢ়াগোহাই দেৱৰ বাসগৃহত তেখেতৰ স্ব্যাস্থ্যৰ বুজ ল'বলৈ জায় আমাৰ যোৰহাট জিলা কংগ্ৰেছ সংখ্যালঘু বিভাগৰ সভাপতি দীপ নিয়োগ ডাঙৰীয়া আৰু তেখেতৰ লগত জাকিৰ ৰহমান ডাঙৰীয়া, প্ৰশাসনিক সাধাৰণ সম্পাদক, যোৰহাট জিলা সংখ্যালঘু বিভাগ আৰু তেখেতৰ আশুআৰোগ্য কামনা কৰিলে ।
Indian National Congress - Assam Gaurav Gogoi Rahul Gandhi Jorhat District Congress Minority Committee
17/01/2026
Jorhat District Congress Bhavan Executive Meeting Minority Committee.
Md Salman Khan Nekib Dudul Rakibul Hussain Rahul Gandhi Gaurav Gogoi Indian National Congress - Assam Uttarakhand Pradesh Minority Congress Imran Pratapgarhi Jorhat District Congress Minority Committee
17/01/2026
আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ অসমলৈ আহিব।
আমি আশা কৰোঁ যে তেওঁৰ এই ভ্ৰমণ কেৱল ভাষণ আৰু ৰাজনৈতিক বাৰ্তালাপৰ মাজতে সীমাবদ্ধ নকৰি অসমবাসীৰ আৱেগ আৰু অনুভৱক হদয়ংগম কৰি ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি মৌলিক সন্মান প্ৰদৰ্শন কৰাৰ মাধ্যম হ’ব।
প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া কেৱল মাত্ৰ এজন শিল্পী নাছিল, তেওঁ অসমৰ জনসাধাৰণৰ বাবে এক আৱেগ আৰু সাংস্কৃতিক প্ৰতীক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈয়ে অসমক গুৰুত্ব দিয়ে, তেন্তে সেয়া তেওঁ কাৰ্যৰ জৰিয়তে দেখুৱাব লাগিব।
প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই অসমবাসীৰ আৱেগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি জুবিন দাক ভাৰতৰত্ন প্ৰদান কৰক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগতভাৱে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ হয় কাহিলিপাৰাত থকা বাসগৃহলৈ গৈ জুবিন দাৰ পৰিয়ালক সাক্ষাৎ কৰিব লাগে নতুবা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলী জনাব লাগে।
এইবাৰো যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপেক্ষা কৰে তেন্তে এই কথা গভীৰভাৱে বিশ্বাস কৰিম যে তেওঁ অসমবাসীৰ আৱেগৰ প্ৰতি কোনো মূল্য নিদিয়ে আৰু জুবিন দাক ন্যায় প্ৰদান কৰাতো তেওঁলোকৰ চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ নহয।
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Jorhat Congress Bhawan, K. K Handique Path
Jorhat
785001
Opening Hours
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 9am - 5pm |
| Sunday | 9am - 5pm |
