BJP Kaki Mandal

Directions

BJP Kaki Mandal BJP KAKI MANDAL

Good night Everyone
05/09/2026

Good night Everyone

Binoy Kalita Binoy Kalita Dilip Saikia BJP Assam Pradesh
01/09/2026

Binoy Kalita
Binoy Kalita
Dilip Saikia
BJP Assam Pradesh



শুভেচ্ছা বাৰ্তা ..

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা দৰঙ-ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ Dilip Saikia ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টী, কাকী মণ্ডলৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভকামনা জনাইছোঁ ।

তেখেতৰ সুদক্ষ নেতৃত্বৰে আমাৰ দলটোৱে ৰাজ্যজুৰি সাংগঠনিক পৰিকাঠামোক আৰু অধিক সবল কৰি তুলিবলৈ সক্ষম হৈছে। মা কামাখ্যা আৰু গুৰু দুজনাৰ আশিসধন্য হৈ এনেদৰেই মা ভাৰতীক সেৱাৰ প্ৰাচুৰ্যতাৰে ঋদ্ধ কৰিবলৈ তেখেত অদম্য শক্তি আৰু সু-স্বাস্থ্য, দীৰ্ঘায়ুৰ অধিকাৰী হোৱাৰ কামনা কৰিছোঁ।


BJP Assam Pradesh BJP Hojai
BJP Kaki Mandal Binoy Kalita

আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান ১৩৭ সংখ্যক  " মন কী বাত " অনুষ্ঠানটিত নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিৰ অ...
30/08/2026

আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান ১৩৭ সংখ্যক " মন কী বাত " অনুষ্ঠানটিত নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জুৰীয়া মণ্ডলৰ ২৫৪ নং বুথত ভাৰতীয় জনতা পাৰ্টী কাকী মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী যুত Binoy Kalita ডাঙৰীয়া উপস্থিত হৈ শ্ৰদ্ধাৰ ৰাইজ তথা দলীয় সতীৰ্থ সকলৰ সৈতে শ্ৰৱণ কৰে ।। 🙏

Dilip Saikia
Ravindra Raju
Kamakhya Prasad Tasa
BJP Assam Pradesh
BJP Hojai
BJP Kaki Mandal
Bharatiya Janata Party (BJP)

Binoy Kalita Sibu Misra Kamakhya Prasad Tasa Dilip Saikia BJP Assam Pradesh BJP Hojai
29/08/2026

Binoy Kalita
Sibu Misra
Kamakhya Prasad Tasa
Dilip Saikia
BJP Assam Pradesh
BJP Hojai

Address

Kaki
782442

Website

Alerts

Be the first to know and let us send you an email when BJP Kaki Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share