01/10/2026
জনকল্যাণ আৰু জনসেৱাৰ প্ৰতি অসম আৰক্ষীৰ সমৰ্পণলৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱসত আন্তৰিক সন্মান আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰশিক্ষণ, আধুনিক আন্তঃগাঁথনি আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তিৰে অসম আৰক্ষীক অধিক শক্তিশালী কৰি তোলা হৈছে।