বিজয় মালাকার ১০৮

বিজয় মালাকার ১০৮

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বিজয় মালাকার ১০৮, Social service, ANIPUR, KARIMGANJ, Karimganj.

মানবতার ফেরিওয়ালা তথা রামকৃষ্ণ নগর সমষ্টির কর্মবির বিধায়ক বিজয় মালাকারের সমর্থক Bijoy Malakar MLA ২৪×৭ রামকৃষ্ণনগর তথা রাতাবাড়ীর গৌরব। #পেইজ ফলো করে আমাদের পরিবারের যুক্ত হওয়ার জন্য আপনাকে অসংখ্য ধন্যবাদ।

Photos from Bijoy Malakar MLA's post 06/04/2025

06/04/2025

Thank you Himanta Biswa Sarma ji

আমাৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বিহু বিশেষ উৎসাহৰ বতৰা!

অসমৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা সকলো চৰকাৰী কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমৰ বাবে আমি গৌৰৱান্বিত৷ আজি অসম কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ/মৰগীয়া সাহায্যৰ হাৰ ৫৩%ৰ পৰা ৫৫% লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১ জানুৱাৰী ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰা এই সিদ্ধান্তই ৭,৩৮,০০০ৰো অধিক কৰ্মচাৰী/পেঞ্চনাৰক লাভান্বিত কৰিব৷ ৫৫% মৰগীয়া বানচ/ মৰগীয়া সাহায্য প্ৰদান কৰা অসম দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

Bihu Cheer for our employees and pensioners !

Today Assam Cabinet decided on enhancing rate of DA/DR of State Government employees and pensioners from 53% to 55%. This will benefit more than be 7,38,000 employees/ pensioners in the State. Assam has become one of the first state in the country to provide 55% DA/DR in April itself.

We are proud of the hard work of all government employees who contribute significantly to Assam’s progress

Photos from Bijoy Malakar MLA's post 06/04/2025
Want your business to be the top-listed Government Service in Karimganj?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


ANIPUR, KARIMGANJ
Karimganj
788734