16/06/2026
আজি পৰ্বতঝোৰা সমষ্টিৰ মদাতি আৰু Debitola VCDC ৰ অন্তৰ্গত নামনি অঞ্চলত বাৰিষাৰ সময়ত কৃত্ৰিম বানত আক্ৰান্ত হৈ সম্পূৰ্ণ ৰূপে ডুব যায় যাৰ ফলত প্ৰায় তিনি চাৰি মাহ পানীত থাকিব লগীয়া হোৱাৰ বাবে প্ৰায় ৮ হাজাৰ জনসাধাৰণে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হব লগা হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত BTC চৰকাৰৰ স্বাস্থ্য বিভাগে NPTC CSR আঁচনিৰ দ্বাৰা চাৰিখন Boat Ambulance আগবঢ়াই পৰ্বতঝোৰা স্বাস্থ্য সেৱাত এক নতুন সংযোজন কৰা পৰিলক্ষিত হয়।BTC চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সন্মানীয় EM শ্ৰীযুত Derhasat Basumatary ডাঙৰীয়া আৰু BTC চৰকাৰৰ নগৰ উন্নয়নৰ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সন্মানীয়া EM শ্ৰীমতী Moon Moon Brahma ডাঙৰীয়ানীয়ে উপস্থিত হৈ শুভ উদ্বোধন কৰে ।
Bodoland People's Front - BPF ✊
Hagrama Mohilary Sir 🙏🙏
Moon moon Brahma 🙏🙏