Ayub Hussain Mondal

Directions Contact the organization

Ayub Hussain Mondal United People’s Party Liberal

18/10/2026

🇮🇳
साम्राज्यवाद मुर्दाबाद!
इंकलाब ज़िंदाबाद!
भगत सिंह

18/10/2026
18/10/2026

How far these shameless AndhBhakt Godi media could go to please Narendra Modi

প্ৰশ্ন: অভিযুক্তসকলে CBI-ৰ ওচৰত আত্মসমৰ্পণ কৰাৰ আগতেই BPF-এ তেওঁলোকক বহিষ্কাৰ কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?ছাত্ৰ নেতা লাফিকু...
10/10/2026

প্ৰশ্ন: অভিযুক্তসকলে CBI-ৰ ওচৰত আত্মসমৰ্পণ কৰাৰ আগতেই BPF-এ তেওঁলোকক বহিষ্কাৰ কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
ছাত্ৰ নেতা লাফিকুল ইছলামক ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ টিটাগুৰিত দিন-দুপৰতে গুলীয়াই নৃশংসভাৱে হত্যা কৰা হৈছিল। প্ৰায় ন বছৰৰ পাছত এই হত্যাকাণ্ডৰ গোচৰৰ তিনিজন অভিযুক্ত—ৰূপা ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ডিংকু মুছাহাৰীয়ে ২০২৬ চনৰ ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ CBI আদালতত আত্মসমৰ্পণ কৰে।
ইয়াৰ মাজতে, BPF-এ ২০২৬ চনৰ ২০ জুলাইত এই তিনিজন ব্যক্তিক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা স্থায়ীভাৱে বহিষ্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰে।
উক্ত নিৰ্দেশত দলীয় কাম-কাজত নিষ্ক্ৰিয়তা, দলৰ সংবিধান আৰু অনুশাসনবিৰোধী কাৰ্যকলাপত জড়িত থকা তথা দলৰ সিদ্ধান্ত আৰু নীতিৰ পৰা আঁতৰি যোৱাৰ কথা বহিষ্কাৰৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে।

কিন্তু এই ঘটনাক্ৰমে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—
🔹 যদি দলীয় অনুশাসন ভংগ কৰাই বহিষ্কাৰৰ কাৰণ আছিল, তেন্তে প্ৰায় ন বছৰৰ পাছতহে কিয় এই ব্যৱস্থা গ্ৰহণ কৰা হ’ল?
🔹 এই সময়ছোৱাত দলটোৱে তেওঁলোকৰ বিৰুদ্ধে কোনো সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিয়?
🔹 বহিষ্কাৰৰ সিদ্ধান্তৰ সৈতে লাফিকুল ইছলাম হত্যাকাণ্ডৰ গোচৰৰ কোনো সম্পৰ্ক আছেনে, নে ইয়াৰ আঁৰত আন কোনো ৰাজনৈতিক বা সাংগঠনিক কাৰণ আছে?
🔹 অভিযুক্তসকলৰ আত্মসমৰ্পণৰ প্ৰায় ডেৰ মাহ আগতেই বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰাৰ প্ৰকৃত কাৰণ কি?

এই প্ৰশ্নসমূহৰ উত্তৰ কেৱল অনুমানৰ ভিত্তিত দিব নোৱাৰি। BPF নেতৃত্বই বহিষ্কাৰৰ প্ৰকৃত কাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ সময় সম্পৰ্কে স্পষ্টীকৰণ দিয়া উচিত।

সকলোৱে দিব লাগিব নে, অকল মুছলমানে দিলে হ’ব!!Himanta Biswa Sarma
05/10/2026

সকলোৱে দিব লাগিব নে, অকল মুছলমানে দিলে হ’ব!!
Himanta Biswa Sarma

24/09/2026

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ এগৰাকী ৰাষ্ট্ৰদ্ৰোহী।

নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতিগৰাকী দায়িত্বশীল ব্যক্তিয়ে ভাৰতীয় সংবিধান আৰু জনসাধাৰণৰ ওচৰত জবাবদিহি হ’ব লাগিব।

Murderer of Democracy Election Commission of India

31/08/2026

পশ্চিমবংগত বিজেপিৰ সমৰ্থকসকলৰ বিজেপিৰ প্ৰতি মোহভংগ!!

Address

Kokrajhar
783370

Website

Alerts

Be the first to know and let us send you an email when Ayub Hussain Mondal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ayub Hussain Mondal:

Shortcuts

Share

Category