BJYM Parbatjhora

Directions

BJYM Parbatjhora This page is all about our party activities and social work. Our main moto to promote social harmony.

BJP Assam Pradesh
22/10/2026

BJP Assam Pradesh

Inauguration of Nijut Moina and Nijut Babu scheme!BJP Assam PradeshHimanta Biswa SarmaBJYM
16/10/2026

Inauguration of Nijut Moina and Nijut Babu scheme!
BJP Assam Pradesh
Himanta Biswa Sarma
BJYM

Hon’ble CM Sir at home of Himasri Boro!BJP Assam Pradesh
12/10/2026

Hon’ble CM Sir at home of Himasri Boro!
BJP Assam Pradesh

Leader for the people With the people !Himanta Biswa SarmaBJP Assam Pradesh
30/09/2026

Leader for the people
With the people !
Himanta Biswa Sarma
BJP Assam Pradesh

আটাইলৈ কন্যা দিৱসৰ অলেখ শুভকামনা ❣️Himanta Biswa SarmaBJP Assam Pradesh
27/09/2026

আটাইলৈ কন্যা দিৱসৰ অলেখ শুভকামনা ❣️
Himanta Biswa Sarma
BJP Assam Pradesh

অন্ধকাৰ নাশি সময়বোৰ হওক পোহৰৰ, নেতিবাচক চিন্তা পৰিহাৰেৰে সকলো আগুৱাই যাওক ইতিবাচক চিন্তাৰে, সমৃদ্ধিৰ বাটেৰে! নতুন দিনত ব...
24/09/2026

অন্ধকাৰ নাশি সময়বোৰ হওক পোহৰৰ, নেতিবাচক চিন্তা পৰিহাৰেৰে সকলো আগুৱাই যাওক ইতিবাচক চিন্তাৰে, সমৃদ্ধিৰ বাটেৰে! নতুন দিনত বিকাশেই আমাৰ সাৰথি, মা ভাৰতী আৰু আই অসমীলৈ উছর্গাৰে জনসেৱাই আমাৰ চিৰন্তন পৰিধি।
BJP Assam Pradesh
Himanta Biswa Sarma
BJYM

চাপৰত অসমৰ শক্তিৰ ভৱিষ্যতৰ এক নতুন অধ্যায়ৰ শুভাৰম্ভ কৰি খুবেই আনন্দিত আৰু সুখী হ'লোঁ। ধুবুৰীৰ এই অঞ্চলটিত প্ৰায় ৪৮ হাজাৰ...
23/09/2026

চাপৰত অসমৰ শক্তিৰ ভৱিষ্যতৰ এক নতুন অধ্যায়ৰ শুভাৰম্ভ কৰি খুবেই আনন্দিত আৰু সুখী হ'লোঁ। ধুবুৰীৰ এই অঞ্চলটিত প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপ বিদ্যুৎ প্ৰকল্পৰ শিলান্যাস কৰিলোঁ। এয়া এক বৃহৎ বিদ্যুৎ প্ৰকল্পৰ আৰম্ভণিৰ লগতে ভৱিষ্যতৰ অসমৰ শক্তি সুৰক্ষাৰ বাবে এক শক্তিশালী ভেটি।

ৰাজ্যত উদ্যোগ, বিনিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ গতি বৃদ্ধি পোৱাৰ লগে লগে বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে। ভৱিষ্যতৰ চাহিদাৰ কথা মনত ৰাখিয়েই অসমৰ মাটিত অধিক শক্তি উৎপাদনৰ দিশত আমি আগবাঢ়িছোঁ। এই প্ৰকল্পই হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰাৰ লগতে চাপৰ, ধুবুৰী আৰু সমগ্ৰ পশ্চিম অসমৰ স্থানীয় অৰ্থনীতিত নতুন গতি সঞ্চাৰ কৰিব।
শক্তিশালী শক্তি আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক নিয়োগ-- এই লক্ষ্যৰে আমি এখন বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত আগবাঢ়িছোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma

জুবিন দিৱসৰ দিনা গোটেই অসমত বি জি পি ৰ কৰ্মকৰ্তা সকলোৰ দৰে পৰ্বতঝোৰা মন্ডলৰ যুৱমৰ্চাৰ লগতে কৰ্মকৰ্তা সকলোৱেও ৰক্তদান কাৰ...
19/09/2026

জুবিন দিৱসৰ দিনা গোটেই অসমত বি জি পি ৰ কৰ্মকৰ্তা সকলোৰ দৰে পৰ্বতঝোৰা মন্ডলৰ যুৱমৰ্চাৰ লগতে কৰ্মকৰ্তা সকলোৱেও ৰক্তদান কাৰ্য্যসূচী গ্ৰহণ কৰে ।
Jai Zubeen Da 🙏

BJP Assam Pradesh
BJYM
Himanta Biswa Sarma

17/09/2026

Happy Birthday to Hon’ble PM Shri Narendra Modi ji !
You are the most greatest Leader ever for India , God bless You!❤️🙏
This celebration has done wat Rupshi Airport of Kokrajhar, Assam in the presence of Sjt Banendra Kumar Mushahary Sir ( Spokesperson, BJP Assam Pradesh) Sri Kamal Roy (President BJYM Parbatjhora Mandal ) and many others workers of Parbatjhora Mandal BJP.

Narendra Modi Himanta Biswa Sarma BJP Assam Pradesh
# bjymparbatjhora

আজি মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনতে সমগ্ৰ অসমৰ 126 টা সমষ্টিত অসমৰ যুৱ প্ৰজন্মক সাভলম্বী কৰাৰ বা...
17/09/2026

আজি মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনতে সমগ্ৰ অসমৰ 126 টা সমষ্টিত অসমৰ যুৱ প্ৰজন্মক সাভলম্বী কৰাৰ বাবে অসমৰ মাননীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক অনন্য পদক্ষেপ হিচাপে CMAAA 1.0 ৰ প্ৰায় 12000 হিতাধিকাৰীক 1 lakh টকাকৈ আৰু CMAAA 2.0 ৰ 72000 জনৰ অধিক হিতাধিকাৰীক 25000 টকাকৈ তথা আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
Himanta Biswa Sarma
BJP Assam Pradesh

Address

Parbatjhora
Kokrajhar
783339

Website

Alerts

Be the first to know and let us send you an email when BJYM Parbatjhora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share