District Agriculture Office, Hailakandi

Directions Website Contact the organization

District Agriculture Office, Hailakandi District Agriculture Office, Hailakandi

Today, the Addl. District Commissioner, Hailakandi, Smt. Minerva Devi Arambam, ACS, officially launched the Framework fo...
03/09/2026

Today, the Addl. District Commissioner, Hailakandi, Smt. Minerva Devi Arambam, ACS, officially launched the Framework for Fertilizer Sale (FFS) Module at 10 AM on 3rd September 2026 at the Conference Hall, Office of the District Commissioner, Hailakandi, in the presence of the District Agricultural Officer, ADOs, AEAs, Vice President, Kisan Morcha, fertilizer retailers and progressive farmers.

She explained that the FFS will ensure transparent, timely and efficient delivery of fertilizers to genuine farmers. Through the FFS application, farmers can generate a QR code using an Android mobile phone or seek assistance from AEAs or nearby authorised retailers.

The QR code can be generated using either the Farmer ID or Aadhaar number. Once generated, it remains valid for two days, and the farmer receives the QR code/token number via SMS. By presenting the QR code or token number, farmers can collect the required fertilizer from an authorised retailer.

The system will help maintain proper records, prevent misuse and ensure transparency, accountability, easy access and timely availability of fertilizers to genuine farmers.

CMO Assam
Pijush Hazarika
District Administration Hailakandi
DIPRO, Hailakandi

08/05/2026

📢 কৃষক সকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা..

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে “Kisan Call Centre” ক নতুনকৈ “Kisan Helpline Centre” হিচাপে ৰূপান্তৰ কৰিছে।

এতিয়া কৃষকসকলে একেটা মঞ্চৰ জৰিয়তে কৃষি সম্পৰ্কীয় পৰামৰ্শ আৰু অভিযোগ নিষ্পত্তি সুবিধা লাভ কৰিব পাৰিব।

☎️ হেল্পলাইন নম্বৰ: ১৮০০-১৮০-১৫৫১
🕕 সেৱাৰ সময়: পুৱা ৬ বজাৰ পৰা ৰাতি ১০ বজালৈ

অসমৰ কৃষকসকলক এই সুবিধাৰ পূৰ্ণ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। কৃষি বিষয়ক যিকোনো সমস্যাৰ সমাধান আৰু পৰামৰ্শৰ বাবে এই হেল্পলাইনত যোগাযোগ কৰিব পাৰিব।

13/03/2026
18/11/2025

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা ১৯ নৱেম্বৰ ২০২৫ ৰ দিনৰ ১ বজাত তামিলনাডুৰ, কইম্বাটুৰৰ পৰা "প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” আঁচনিৰ একবিংশতিতম কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কৃষক তথা ৰাজ্যখনৰ কৃষি কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। একবিংশতিতম কিস্তিৰ অধীনত অসমৰ প্ৰায় ১৮.১৮ লাখৰো অধিক যোগ্য কৃষক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে, পি এম কিষান আঁচনি (PM-KISAN) ৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহলৈ ২০০০ টকাকৈ তিনিটা কিস্তিত বছৰি ৬০০০ টকা আগবঢ়োৱা হয়।

CMO Assam
Atul Bora অতুল বৰা

Address

District Agriculture Office, Lakshmisahar, Narainpur Pt V
Lala
788151ASSAM

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Hailakandi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Agriculture Office, Hailakandi:

Shortcuts

Share