14/04/2022
AIUDF LIVE, Lumding LAC
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AIUDF LIVE, Lumding LAC, Political organisation, Udali Tiniali Bazar, Lanka.
The All India United Democratic Front (also known as AIUDF and Sarva Bharatiya Sanyukt Ganatantric Morcha) is a political party active in the Indian state of Assam.
14/04/2022
“বʼহাগ মাথোঁ এটি ঋতু নহয়
নহয় বʼহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
বʼহাগ মাথোঁ বিহুতলী নহয়
নহয় ই নিশা ফুলা ফুল
বʼহাগেই আনি দিয়ে সমদল গতি
নেওচি… জাতি কুল
ই প্রভেদক কৰেহি নাশ।”
ভূপেনদাৰ সেই অমৰ কথাৰেই সকলোলৈ ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা আৰু মৰম জনালো।
Speech in parliament by our party president M Badruddin Ajmal, honourable MP Dhubri .
ASSALAMUALAIKUM W W "May the blessings of Eid light up your path with prosperity
On this auspicious occasion may ALLAH accept your deeds and may your year be filled with happiness
Eid ul ADHA Mubarak !!!!! WITH HIGH REGARDS AND SALAM FROM BABUL AFSAR AND FAMILY. 💞💞💞💞💞💞💞💞💞💞💞
29/04/2021
হোজাই আজমল হাউচত মহাজোটৰ ইফতাৰ কাৰ্যসূচী৷
ইফতাৰ কাৰ্যসূচীত মৌলানা বদৰুদ্দিন আজমল লগতে উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞা৷
21/02/2021
আগন্তুক বিধানসভা নিৰ্বাচনত হোজাই জিলাৰ AIUDF দলৰ সম্ভাভ্য
প্ৰাৰ্থী ক্ৰমে
যমুনামুখ সমষ্টি #আলহাজ_সিৰাজ_উদ্দিন_আজমল।
হোজাই সমষ্টি
#হেলাল_উদ্দিন_আহমেদ।
লামডিং সমষ্টি
#অধিবক্তা_বাবুল_আফছাৰ_চৌধুৰী লৈ আন্তৰিক শুভেচ্ছা ও শুভ কামনা যাছিছো। সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা জিন্দাবাদ।
21/02/2021
আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ ৰণনীতি সম্পৰ্কে আৰু এআইউডিফ দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী আৰু তৰাণ্বিত কৰাৰ উদ্দেশ্যে হোজাই জিলা এআইউডিফ সমিতি ৰ আহ্বানত জিলা এইডিএফৰ সভাপতি হিলাল উদ্দিন চাহবৰ সভাপতিত্বত এখন সভা আজি অনুষ্টিত হয় হোজাই জিলাৰ এআইউডিফ কাৰ্যালয়ত।
07/02/2021
আজি উদালী নৱজ্যোতি যুৱ সংঘৰ দ্বাৰা আয়োজিত দিবা-নৈশ ভলিবল প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি হিচাপে লামডিং সমষ্টি এ আই ইউ ডি এফ দলৰ সভাপতি অধিবক্তা বাবুল আফছাৰ চৌধুৰীৰ সৈতে এ আই ইউ ডি এফ দলৰ অন্যান্য কৰ্মী বৃন্দ সকল। ধন্যবাদ জনালোঁ উদালীৰ নৱজ্যোতি যুৱ সংঘৰ আয়োজক বৃন্দলৈ।
03/02/2021
আজি লামডিং সমষ্টিৰ ফুলতলী বজাৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজত চাহ মেলৰ আয়োজন কৰা হৈছে। উক্ত চাহ মেল সভাত সকলোৱে মিলি চাহৰ লগত জেলেপিৰো জুতি লয়। বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মহাজোঁট একমাত্ৰ উপায় হিচাবে বিবেচনা কৰে এ আই ইউ ডি এফ দলে।
বহুদিনৰ পৰা মিত্ৰতা সন্দৰ্ভত প্ৰচাৰ চলি থকাৰ পিছতেই আজি ফুলতলী বজাৰত হঠাৎ লামডিং সমষ্টিৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মুকলিকৈয়ে চাহ মেলৰ আয়োজন।
আঞ্চলিক গণ মৰ্চা, AIUDF ৰ সৈতে এইবাৰ ২০২১ত একেলগে নিৰ্বাচন খেলিব কংগ্ৰেছে, বাঁওমৰ্চা অথচ আঞ্চলিক গণ মৰ্চাও থাকিব এই মহাঁজোটত ।
সকলোৱে একত্ৰিত হৈ বিজেপি নেতৃত্বাধীন সাম্প্ৰদায়িক শক্তিবোৰক প্ৰতিহত কৰিব পাৰিব বুলি দুয়োটা দলৰ প্ৰাৰ্থী সকল বিশ্বাসী। অসমৰ সকলো জাতি-জনগোষ্ঠীৰ জনসাধাৰণে দুয়োটা দলক এই ক্ষেত্ৰত বিশ্বাসেৰে আকোৱালি ল'ব বুলি দুয়োটা দলৰ প্ৰাৰ্থী সকল আশাবাদী। আগন্তুক দিনত অসম আৰু অসমীয়াৰ অস্ত্বিত্ব ৰক্ষা কৰিবলৈ দুয়োটা দলৰ প্ৰাৰ্থী সকল প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।
31/01/2021
আজি লামডিং সমষ্টিৰ এ আই ইউ ডি এফ লামডিং সমষ্টিৰ সভাপতি এডভোকেট বাবুল আফছাৰ চৌধুৰীৰ উপস্থিতিত যুৱ মৰ্চাৰ লামডিং সমষ্টিৰ সভাপতি চাইফুল ইছলামৰ লগতে যুৱ মৰ্চাৰ নেতৃত্বত নখুঠি আঞ্চলিক যুৱ মৰ্চাৰ কমিটি গঠন কৰা হয়।সভাত সভাপতিত্ব কৰে নখুঠি গাওঁ পঞ্চায়তৰ সভাপতি আব্দুল খালেক ডাঙৰীয়াই।
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Website
Address
Udali Tiniali Bazar
Lanka
