Skylark Jatiya Vidyalaya,UDALI

Call Directions

Skylark Jatiya Vidyalaya,UDALI It's a school with all smart facilities!!!!

হে! প্ৰাণৰ শিল্পী.... তোমাৰ সমাধি মন্দিৰ হৈ গ'ল, গীতবোৰ প্ৰাৰ্থনা হৈ গ'ল,কথাবোৰ বানী হৈ গ'ল, কৰ্মবোৰ আদর্শ হৈ গ'ল,চিন্তা...
19/09/2026

হে! প্ৰাণৰ শিল্পী.... তোমাৰ

সমাধি মন্দিৰ হৈ গ'ল, গীতবোৰ প্ৰাৰ্থনা হৈ গ'ল,
কথাবোৰ বানী হৈ গ'ল, কৰ্মবোৰ আদর্শ হৈ গ'ল,
চিন্তাবোৰ তত্ত্ব হৈ গ'ল।
আৰু থাকিব!

তুমি আছিলা! আছা! থাকিবা।
18/09/2026

তুমি আছিলা! আছা! থাকিবা।

📚🌸 শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা 🌸📚জ্ঞানৰ পোহৰে অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই,সপোনক বাস্তৱৰ পথ দেখুওৱা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ...
05/09/2026

📚🌸 শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা 🌸📚

জ্ঞানৰ পোহৰে অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই,
সপোনক বাস্তৱৰ পথ দেখুওৱা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শতকোটি প্ৰণাম। 🙏

“শিক্ষক কেৱল পাঠদান কৰা ব্যক্তি নহয়, তেওঁ আমাৰ জীৱন গঢ়াৰ এগৰাকী নীৰৱ স্থপতি।” ❤️
শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা। 🌺
Happy Teachers’ Day! 🎓✨

🌍🌱 World Environment Day🌴🌎 আজি বিশ্ব পৰিৱেশ দিৱসআহক আমি সকলোয়ে একেলগে গছপুলি লগাওঁ 🌳আৰু আমাৰ পৰিৱেশখন সেউজীয়া, পৰিষ্কাৰ ...
05/06/2026

🌍🌱 World Environment Day🌴🌎
আজি বিশ্ব পৰিৱেশ দিৱস
আহক আমি সকলোয়ে একেলগে গছপুলি লগাওঁ 🌳
আৰু আমাৰ পৰিৱেশখন সেউজীয়া, পৰিষ্কাৰ আৰু সুন্দৰ কৰি গঢ়ি তোলোঁ।
প্ৰকৃতি ৰক্ষা কৰাটো আমাৰ দায়িত্ব ❤️
আজিৰ সৰু পদক্ষেপে আগন্তুক ভৱিষ্যত সুৰক্ষিত কৰিব। 🌿

10/04/2026
নামভৰ্ত্তিকৰণ চলি আছে.........
01/04/2026

নামভৰ্ত্তিকৰণ চলি আছে.........

গৌৰৱৰ পল!!!আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী Tanisha Taslim National Means Cum Merit Scholarship (NMMS) ত Select হৈ আ...
21/03/2026

গৌৰৱৰ পল!!!

আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী Tanisha Taslim
National Means Cum Merit Scholarship (NMMS) ত Select হৈ আমাৰ বিদ্যালয়খনৰ লগতে আমাৰ বৃহত্তৰ উদালী অঞ্চললৈ আজি গৌৰৱ কঢ়িয়াই আনিছে। আজিৰ এই শুভ ক্ষণত আমি তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

15/02/2026

নামভৰ্ত্তিকৰণ চলি আছে। Admission Going On

বাৰ্ষিক ক্ৰীড়া সমাপ্ত হোৱাত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস।
09/02/2026

বাৰ্ষিক ক্ৰীড়া সমাপ্ত হোৱাত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস।

Address

Lanka
782446

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 2pm

Telephone

+916001452704

Website

Alerts

Be the first to know and let us send you an email when Skylark Jatiya Vidyalaya,UDALI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category