16/05/2026
কালি আমাৰ ABVP লামডিং ইউনিট উদ্যোগত লামডিং কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন সুন্দৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত নৃত্য, সংগীত আদি বিভিন্ন সাংস্কৃতিক পৰিবেশনৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক অনন্য প্রকাশ দেখা গৈছিল।
এই আয়োজন কেৱল আনন্দ আৰু মনোৰঞ্জনৰ মাজতেই সীমাবদ্ধ নাছিল, বৰং সকলোৰে মাজত ঐক্য, সংস্কৃতি আৰু ভাতৃত্ববোধৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছিল।
অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰী, সহযোগী আৰু উপস্থিত দর্শকসকললৈ আন্তৰিক ধন্যবাদ।
ABVP Lumding
ABVP Assam
Abvp Hojai District
Akhil Bharatiya Vidyarthi Parishad (ABVP)
07/05/2026
লামডিং মহাবিদ্যালয় শাখাৰ । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে লামডিং মহাবিদ্যালয় মহাব গোটৰ উদ্যোগত লামডিং মহাবিদ্যালয় নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়ায়।
Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Lumding
02/05/2026
লামডিং মহাবিদ্যালয় শাখাৰ । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে লামডিং মহাবিদ্যালয় মহাব গোটৰ উদ্যোগত লামডিং মহাবিদ্যালয় নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়ায়।
29/04/2026
*day 2 As we know that the students those who have taken admission today in hs 1st year.The LCSU(Lumding college student union) and ABVP lumdimg unit have helped them in their admission.
ABVP Lumding
Lumding College -MSM
28/04/2026
Day 1 *As we know that the students those who have taken admission today in hs 1st year.The LCSU(Lumding college student union) and ABVP lumdimg unit have helped them in their admission.
ABVP Lumding
Lumding College -MSM
14/04/2026
ভাৰতীয় আইনজ্ঞ, দাৰ্শনিক, সংবিধান প্ৰণেতা, ভাৰতৰত্ন বাবাসাহেব ড° ভীমৰাও আম্বেদকাৰদেৱৰ আজি পৱিত্ৰ জন্মজয়ন্তীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং মহাবিদ্যালয় শাখাৰ দ্বাৰা তেওঁক স্মৰণ কৰা হয়। উপস্থিত থাকে তেজপুৰ বিভাগ সাংগঠনিক সম্পাদক শংকৰ ছেত্ৰী ডাঙৰীয়া।
Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Assam
ABVP Lumding
12/04/2026
May I help you ,
Admission help desk
Members of ABVP Lumding Unit are here to help out with all of your issues regarding your admission procedure.
From today admission process has been started in our college Lumding college. Fell free to contact us, we all give our best possibility to help out in your upcoming future
ABVP Assam Akhil Bharatiya Vidyarthi Parishad (ABVP)
Hojai Abvp Office
ABVP Lumding