Makum Regional Students’ Union- AASU

Directions

Makum Regional Students’ Union- AASU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Makum Regional Students’ Union- AASU, Social service, MAKUM, Makum.

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৩৭ নং আৰু ৩৮ নং জৰাজীৰ্ণ হৈ থকা‌ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি ও‌ পুনৰ নি...
25/09/2026

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৩৭ নং আৰু ৩৮ নং জৰাজীৰ্ণ হৈ থকা‌ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি ও‌ পুনৰ নিৰ্মাণ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ মাকুম সম জিলাৰ আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

21/09/2026
অহা ইং ৩ ছেপ্টেম্বৰ ,২০২৬ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খাদ্য সামগ্ৰীকে ধৰি অত্...
02/09/2026

অহা ইং ৩ ছেপ্টেম্বৰ ,২০২৬ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ "শৱযাত্ৰা " কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

আজি ১৯ জুন (দেওবাৰ )"সদৌ অসম ছাত্ৰ সন্থা "আৰু "ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ "আহ্বানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন...
19/07/2026

আজি ১৯ জুন (দেওবাৰ )"সদৌ অসম ছাত্ৰ সন্থা "আৰু "ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ "আহ্বানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়,
আমাৰ মাজত উপস্হিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক শ্ৰদ্ধাৰ শ্ৰী জিতেন্দ্ৰ চুতীয়া ডাঙৰীয়া।
Utpal Sarma
Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক...
10/07/2026

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৈ বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া।

আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মাকুম নগৰ সমিতি আছু গোটৰ সহযোগত গ্ৰীষ্মকালীন বিনামূলীয়াকৈ কাৰাটে আৰু কিক বক্...
01/07/2026

আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মাকুম নগৰ সমিতি আছু গোটৰ সহযোগত গ্ৰীষ্মকালীন বিনামূলীয়াকৈ কাৰাটে আৰু কিক বক্সিংৰ প্ৰশিক্ষণ আজিৰে পৰা অৰ্থাৎ ১ জুলাইৰ পৰা ১৫ জুলাই,২০২৬ লৈ ছাত্ৰ -ছাত্ৰীৰ সুবিধাৰ্থে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শ্ৰীযুত ভৰত কৰ্মকাৰ।

আজি ইং ২১ জুন ,২০২৬ তাৰিখে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত" নগৰ সমিতি আছু গোট"  পুনৰ নৱীকৰণ কৰি নৱনিৰ্বাচিত সভাপতি দ...
21/06/2026

আজি ইং ২১ জুন ,২০২৬ তাৰিখে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত" নগৰ সমিতি আছু গোট" পুনৰ নৱীকৰণ কৰি নৱনিৰ্বাচিত সভাপতি দ্বীপ দাস আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি ভৌমিক সহ নতুন সমিতিলৈ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা ও অভিনন্দন জনালোঁ।

Address

MAKUM
Makum
786170

Website

Alerts

Be the first to know and let us send you an email when Makum Regional Students’ Union- AASU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category