BJP Darrang District

Directions

BJP Darrang District Official Page of BJP Darrang District, Assam

09/10/2026

এই জয় বিজেপিৰ জয়,এই জয় নগাওঁবাসী ৰাইজৰ জয়🪷

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ বিজয়ৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু জনকল্যাণমূলক কৰ্মৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপিক জয়যুক্ত কৰা নগাঁওবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে, নিৰ্বাচনী প্ৰচাৰত নিষ্ঠা, একাগ্ৰতা আৰু অক্লান্ত পৰিশ্ৰমেৰে নিয়োজিত প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

ৰাইজৰ এই আস্থা আমাৰ বাবে দায়িত্ব আৰু জনসেৱাৰ নতুন প্ৰেৰণা। ৰাইজৰ আশা-আকাংক্ষাক সন্মান জনাই উন্নয়ন আৰু জনকল্যাণৰ যাত্ৰা অব্যাহত থাকিব।

09/10/2026
09/10/2026
ভাৰত মাতা কি জয়
09/10/2026

ভাৰত মাতা কি জয়

বেলটতো পদুম, ই ভি এমতো পদুম!

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে। পূৰ্বে কংগ্ৰেছৰ দখলত থকা এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শ্ৰীদেৱাশীষ শৰ্মাই জয়লাভে এক বিশেষ তাৎপর্য বহন কৰিছে। এইবেলি কংগ্ৰেছ তৃতীয় স্থানলৈ অৱনমিত হৈছে।

এই ঐতিহাসিক বিজয়ে প্ৰতিফলিত কৰিছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি অসমৰ প্ৰতিটো সমষ্টি আৰু সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ আস্থা তথা এখন বিকশিত ভাৰত গঢ়াৰ তেখেতৰ দূৰদৰ্শী সংকল্পৰ প্ৰতি অসমৰ ৰাইজৰ অবিচল বিশ্বাস। নগাঁও সমষ্টিবাসীয়ে প্ৰদান কৰা এই বিপুল জনাদেশৰ বাবে প্ৰতিগৰাকী সন্মানীয় ভোটাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনীতিন নবীন ডাঙৰীয়াৰ মাৰ্গদৰ্শনত উৎসাহ, নিষ্ঠা আৰু অদম্য উদ্যমেৰে নিৰ্বাচনী প্ৰচাৰত অক্লান্ত পৰিশ্রম কৰা আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈও আন্তৰিক কৃতজ্ঞতা। ৰাইজৰ এই আস্থা আৰু আশীৰ্বাদক সাৰথি কৰি আমি অধিক উদ্যমেৰে অসমৰ বিকাশৰ যাত্ৰা আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ।

09/10/2026

নগাঁও লোকসভাৰ
উপ-নিৰ্বাচনত কংগ্ৰেছক ৰাইজৰ
টা-টা বাই-বাই ।

09/10/2026

নগাঁৱত দুৰ্গ খহিল কংগ্ৰেছৰ । দুৰন্ত গতিত বিজয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা । বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ ৪,৯৬,৮০১ টা ভোটত অগ্ৰগতি

09/10/2026

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াক ৰাজহুৱা সেৱাৰ ২৫টা নিৰৱচ্ছিন্ন বৰ্ষ সম্পূৰ্ণ কৰাৰ লগতে অসমৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা, সন্মান তথা গৌৰৱেৰে অভিনন্দন জ্ঞাপন কৰে।

09/10/2026

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে "সেৱা কে ৰংগ, ৰাষ্ট্ৰ কে সংগ" অনুষ্ঠানৰ লগত সংগতি ৰাখি "আল্পনা প্ৰতিযোগিতা"

📌 মঙলদৈ মহাবিদ্যালয়

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াই তেওঁৰ ৰাজহুৱা জীৱনৰ ২৫টা বৰ্ষ জনসেৱাৰ নামত উৎসৰ্গা কৰিছে। তেখেতৰ এই ...
07/10/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াই তেওঁৰ ৰাজহুৱা জীৱনৰ ২৫টা বৰ্ষ জনসেৱাৰ নামত উৎসৰ্গা কৰিছে। তেখেতৰ এই ২৫ বছৰীয়া সেৱা-যাত্ৰাক স্মৰণ আৰু উদযাপনৰ উদ্দেশ্যে দেশজুৰি পালন কৰা হৈছে “সেৱা সংকল্প অভিযান”।

এই অভিযানৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে দৰং জিলাতো আজি “সেৱা জ্যোতি কলহ যাত্ৰা” আয়োজন হয়।

অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰীযুতা Nilima Devi ডাঙৰীয়ানী, ছিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক Dr. Paramananda Rajbongshi ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দলীয় সতীৰ্থ সকলৰ বিশেষ তৎপৰতাত সুন্দৰ আৰু সফল ভাবে অনুষ্ঠিত অনুষ্ঠানটোৰ বাবে জিলা সমিতিৰ তৰফৰ পৰা জনালোঁ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা।

আজিৰ কাৰ্যসূচীত উপস্থিত থাকে সন্মানীয় জিলা প্ৰভাৰী শ্ৰীযুত দিলীপ দাস ডাঙৰীয়া, দৰং জিলা পৰিষদৰ সভানেত্ৰী Sewali Goswami Kalita কলিতা ডাঙৰীয়ানী, প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ Gurujyoti Das ডাঙৰীয়া, প্ৰাক্তন Basanta Das দাস ডাঙৰীয়া, অসম গণ পৰিষদৰ দৰং জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱা ডাঙৰীয়া, কাৰ্যক্ৰমৰ আহ্বায়ক Achyut Das ডাঙৰীয়া, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ Pratap Bordoloi ডাঙৰীয়া, মঙলদৈ, খাৰুপেটীয়া পৌৰসভাৰ পৌৰনেত্ৰী নিৰ্মালি দেৱী শৰ্মা ডাঙৰীয়ানী, Krishna Saha Priti ডাঙৰীয়ানী, প্ৰমুখ্যে দলীয় সতীৰ্থ সকল, নিৰ্বাচিত প্ৰতিনিধি সকল, আৰু অতি শ্ৰদ্ধাৰ আই-মাতৃ সকল।




Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
Ashok Singhal
Pallab Lochan Das
BJP Assam Pradesh
CMO Assam

07/10/2026

"সেৱা জ্যোতি কলহ যাত্ৰা"
📌বিজেপি দৰং

Address

Bhebarghat
Mangaldai
784125

Website

Alerts

Be the first to know and let us send you an email when BJP Darrang District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share