BJYM Darrang

Directions Website Contact the organization

BJYM Darrang Official Page of Bharatiya Janata Yuva Morcha, Darrang District, Assam

23/10/2026

অসমত চি.জে.পি. (CJP)ৰ কোনো প্ৰয়োজনীয়তা নাই।

- শ্ৰীযুত Rakesh Das , সভাপতি, ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশ।

23/10/2026

30 Years Loading......
Sorry guys.....

Mota Bhai ne bol dia to wahi mane ka.. Amit Shah

দৰং জিলা যুৱ মৰ্চাৰ উপ সভাপতি শ্রী সঞ্জীৱ ডেকা (বিকি)  জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
22/10/2026

দৰং জিলা যুৱ মৰ্চাৰ উপ সভাপতি শ্রী সঞ্জীৱ ডেকা (বিকি) জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

নমস্তে সদা বৎসলে মাতৃভূমে………🚩ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমূহ স্বয়ংসেৱকলৈ আন্তৰিক শুভেচ্ছা...
20/10/2026

নমস্তে সদা বৎসলে মাতৃভূমে………🚩

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমূহ স্বয়ংসেৱকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

‘ইদং ৰাষ্ট্ৰায়, ইদং ন মম’ - ৰাষ্ট্ৰৰ হকে, ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বত। এই আদৰ্শক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ব্যক্তি নিৰ্মাণৰ জৰিয়তে সমাজ সংগঠন আৰু সমাজ সংগঠনৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ এক সুদীৰ্ঘ যাত্ৰা অব্যাহত ৰাখিছে।

ৰাষ্ট্ৰীয় চেতনা, সাংস্কৃতিক মূল্যবোধ, অনুশাসন আৰু নিঃস্বাৰ্থ সেৱাৰ আধাৰত এখন শক্তিশালী, ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ সংকল্প অধিক সুদৃঢ় হওক।

ভাৰত মাতা কী জয়! 🇮🇳🚩

ভাৰতীয় জনতা যুৱমৰ্চা, দৰং জিলাৰ সম্পাদক শ্ৰীযুত Pjeet Sahaa  লৈ ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ। 🎂💐মা দুৰ্গা আৰু মা ক...
19/10/2026

ভাৰতীয় জনতা যুৱমৰ্চা, দৰং জিলাৰ সম্পাদক শ্ৰীযুত Pjeet Sahaa লৈ ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ। 🎂💐

মা দুৰ্গা আৰু মা কামাখ্যাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱনলৈ নামি আহক অনাবিল সুখ, সুস্বাস্থ্য আৰু সফলতা। সংগঠনৰ প্ৰতি থকা নিষ্ঠা আৰু সমাজৰ হকে কৰা কৰ্মৰাজিয়ে আপোনাক আগন্তুক দিনবোৰত নতুন উচ্চতালৈ লৈ যাওক।

মাৰ আশিসেৰে আপোনাৰ প্ৰতিটো নতুন দিন হওক আশাৰ, প্ৰতিটো খোজ হওক সফলতাৰ।

17/10/2026

ये पब्लिक है- सब जानती है 😌😎

BJYM Assam

ঔম জয়ন্তী, মংগলা, কালী, ভদ্ৰকালী, কপালিনী।দুৰ্গা, শিৱা, ক্ষমা, ধাত্ৰী, স্বাহা, স্বাধা নমস্তু তে।।এষা সচন্দনা গন্ধা পুষ্...
17/10/2026

ঔম জয়ন্তী, মংগলা, কালী, ভদ্ৰকালী, কপালিনী।
দুৰ্গা, শিৱা, ক্ষমা, ধাত্ৰী, স্বাহা, স্বাধা নমস্তু তে।।
এষা সচন্দনা গন্ধা পুষ্পা বিল্বা পত্ৰাঞ্জলি,
ঔম হ্ৰিং দুৰ্গায় নমঃ।।

শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ মহাসপ্তমীৰ শুভক্ষণত মা দুৰ্গাৰ শ্ৰীচৰণত জনাইছোঁ ভক্তিভৰা প্ৰণাম।দেৱী দুৰ্গাৰ দিব্য আশিসে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধি। অশুভ শক্তিৰ বিনাশ কৰি সত্য, সাহস আৰু ন্যায়ৰ পথেৰে আগবাঢ়িবলৈ মাৰ আশিসে সকলোকে প্ৰেৰণা যোগাওক।

জয় মা দুৰ্গা 🙏

16/10/2026

Bande Bharat 🤗❤️

জ্বলা জ্বলা গোন্ধাইছে 😂

BJYM Assam

" যদি কাহানিবা সুৰবোৰ শেষ হয়এই সৃষ্টিৰদুপৰ বেলাহে সুৰকাৰ কিহেৰে সজাবাপৃথিৱীৰ সুৰৰ মেলাযদি মই প্ৰশ্ন কৰোঁ..."অসমৰ সংগীত ...
15/10/2026

" যদি কাহানিবা সুৰবোৰ শেষ হয়
এই সৃষ্টিৰদুপৰ বেলা
হে সুৰকাৰ কিহেৰে সজাবা
পৃথিৱীৰ সুৰৰ মেলা
যদি মই প্ৰশ্ন কৰোঁ..."
অসমৰ সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ, সুৰ মায়াময়ৰ স্ৰষ্টা যুগজয়ী কণ্ঠশিল্পী জয়ন্ত হাজৰিকা দেৱৰ আজি মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

Address

Mangaldoi

Alerts

Be the first to know and let us send you an email when BJYM Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Darrang:

Shortcuts

Share