Modern Markaz Academy, Bhuragaon

Call Directions Website Contact the organization

Modern Markaz Academy, Bhuragaon "Education is the most powerful weapon you can use to change the world." - Nelson Mandela. Best Learning Education Institute of Bhuragaon Revenue Circle

১১ অক্টোবৰ,‌২০২৬ তাৰিখে আমৰ বিদ্যালয়ৰ নৱম মান আৰু দশম শ্ৰেণীৰ সাপ্তাহিক পৰীক্ষাৰ কিছু স্থিৰ দৃশ্যাংশ।          📚    🇨🇦 ...
11/10/2026

১১ অক্টোবৰ,‌২০২৬ তাৰিখে আমৰ বিদ্যালয়ৰ নৱম মান আৰু দশম শ্ৰেণীৰ সাপ্তাহিক পৰীক্ষাৰ কিছু স্থিৰ দৃশ্যাংশ। 📚 🇨🇦

19/09/2026

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ে ১৯ ছেপ্টেম্বৰ দিনটো জুবিন দিৱস উদযাপন কৰে।

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ প্ৰেমৰ কালজয়ী প্ৰাৰ্থনাৰ গীতটি সমূহীয়া ভাৱে পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ।

আমি এনেকৈ নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ সৃষ্টিৰাজি জীপাল কৰি ৰাখিব লাগিব অনাগত ভৱিষ্যত প্ৰজন্মৰ বাবে।

আজি আমাৰ বিদ্যালয়ত জুবিন দাৰ মহাপ্ৰনায়ৰ প্ৰথমবৰ্ষ "জুবিন দিৱস" উদযাপন কৰা হয় । জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰ...
19/09/2026

আজি আমাৰ বিদ্যালয়ত জুবিন দাৰ মহাপ্ৰনায়ৰ প্ৰথমবৰ্ষ "জুবিন দিৱস" উদযাপন কৰা হয় ।

জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

নেদেখাজনে কুশলে ৰাখক।

অসমৰ সকলোৰে প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক জনাইছোঁ সহশ্ৰ প্ৰণাম।1972 to ♾️
19/09/2026

অসমৰ সকলোৰে প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক জনাইছোঁ সহশ্ৰ প্ৰণাম।

1972 to ♾️

Mid-Term Examination Schedule:2026-27
14/09/2026

Mid-Term Examination Schedule:2026-27

আজি পৱিত্ৰ শিক্ষক দিৱস উদযাপন ওলহ-মালহেৰে কৰা হয় আমাৰ বিদ্যালয়ত । শিক্ষক দিৱসৰ আজি পৱিত্ৰ ক্ষণত ২০২৫-২৬ শিক্ষাবৰ্ষত ১০...
05/09/2026

আজি পৱিত্ৰ শিক্ষক দিৱস উদযাপন ওলহ-মালহেৰে কৰা হয় আমাৰ বিদ্যালয়ত । শিক্ষক দিৱসৰ আজি পৱিত্ৰ ক্ষণত ২০২৫-২৬ শিক্ষাবৰ্ষত ১০০% উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰী আৰু ২০২৬-২৭ শিক্ষা বৰ্ষত Class Toppers ( I to X ) হোৱা ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় । এই পুৰস্কাৰত বিভিন্ন ধৰণৰ উপহাৰৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয়ে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । তাৰে কিছু স্থিৰ দৃশ্যাংশ সামাজিক মাধ্যমত ...
15/08/2026

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয়ে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । তাৰে কিছু স্থিৰ দৃশ্যাংশ সামাজিক মাধ্যমত সাঁচি থলো ।

মহৰমৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
26/06/2026

মহৰমৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Address

Morigaon
782121

Opening Hours

Monday 8am - 4pm
Tuesday 8am - 4pm
Wednesday 8am - 4pm
Thursday 8am - 4pm
Friday 8am - 12pm
Saturday 8am - 4pm

Telephone

+919957201748

Alerts

Be the first to know and let us send you an email when Modern Markaz Academy, Bhuragaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Modern Markaz Academy, Bhuragaon:

Shortcuts

Share

Category