BJP Morigaon District

Directions Website Contact the organization

BJP Morigaon District BJP Morigaon District official page

05/11/2026

Modi Kahin Nahi Jayega!! 🔥🇮🇳
দিল্লীতকৈও অধিক জনসমাগম আমাৰ মৰিগাঁৱত! গণতন্ত্ৰ বচাও, অৰাজকতা হাটাও পদযাত্ৰাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। 💪

মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত নেলীত প্ৰায় ৬ হাজাৰ বিঘা ভূমিত ডিফেন্স পাৰ্ক স্থাপনৰ বাবে অসম চৰকাৰে গ্...
04/11/2026

মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত নেলীত প্ৰায় ৬ হাজাৰ বিঘা ভূমিত ডিফেন্স পাৰ্ক স্থাপনৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে, মৰিগাঁও জিলাৰ গৌৰৱ, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা, বিশেষ প্ৰচেষ্টা আৰু মৰিগাঁও জিলাৰ উন্নয়নৰ প্ৰতি থকা একান্ত সদিচ্ছাৰ ফলতেই এই গুৰুত্বপূৰ্ণ প্ৰকল্প বাস্তৱায়নৰ দিশত আগবাঢ়িছে। এই বিশেষ পদক্ষেপৰ বাবে তেখেতলৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এই প্ৰকল্পই মৰিগাঁও জিলাৰ পৰিচয় অধিক সমৃদ্ধ কৰাৰ লগতে ভৱিষ্যতে পৰ্যটন, কৰ্মসংস্থাপন আৰু আৰ্থ-সামাজিক উন্নয়নৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আমি আশাবাদী।

মৰিগাঁও জিলাৰ প্ৰতি আপোনালোকৰ এই বিশেষ গুৰুত্ব আৰু উন্নয়নৰ প্ৰতি থকা সদিচ্ছাৰ বাবে পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika

01/11/2026

হিমাচল প্ৰদেশৰ চিমলাত 'গণতন্ত্ৰ বচাও অৰাজকতা হটাও' কাৰ্যসূচীত অংশ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

25/10/2026

PM Shri Narendra Modi’s with the nation.

23/10/2026

কেবিনেট বৈঠকৰ পিছত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

15/10/2026

তেজপুৰত বিজেপিৰ উদ্যোগত বিশাল জন জাগৰণ সমদলৰ পোনপটীয়া সম্প্ৰচাৰ।

15/10/2026

জন জাগৰণ সমদল, ডিব্ৰুগড়

14/10/2026
14/10/2026

গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আয়োজিত দেশৰ হকে, অপশক্তিৰ বিৰুদ্ধে জনজাগৰণ সমদলৰ পোনপটীয়া সম্প্ৰচাৰ।

14/10/2026

ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলাৰ উদ্যোগত দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে বিশাল জন জাগৰণ সমদল

Address

Morigaon

Alerts

Be the first to know and let us send you an email when BJP Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Morigaon District:

Shortcuts

Share