BJYM Nagaon

Call Directions

BJYM Nagaon Official page of Bharatiya Janata Yuva Morcha Nagaon District.

যুৱ মৰ্চা নগাঁও জিলাৰ মাননীয় সভাপতি শ্ৰীযুত ভাস্কৰ শইকীয়া ডাঙৰীয়াই আজি জিলা সমিতিৰ বিষয়ববীয়া সকলৰ সহিতে উপস্থিত হৈ ক...
22/03/2026

যুৱ মৰ্চা নগাঁও জিলাৰ মাননীয় সভাপতি শ্ৰীযুত ভাস্কৰ শইকীয়া ডাঙৰীয়াই আজি জিলা সমিতিৰ বিষয়ববীয়া সকলৰ সহিতে উপস্থিত হৈ ক্ৰমে সদৰ আৰু হয়বৰগাঁও মণ্ডলৰ বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তা সকলৰ সৈতে দুখন বিশেষ নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰে ।
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh

BJP Nagaon District
Rakesh Das BJYM Assam
Bhashkar Saikia

15/03/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত দেশৰ সন্মানীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত তেজস্বী সূৰ্য্য ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত “যুৱ শক্তি সমাৰোহ” ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এক লাখতকৈ অধিক যুৱক–যুৱতীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যুৱ শক্তিৰ ঐক্য, উদ্যম আৰু ৰাষ্ট্ৰগঠনৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে ।
ভাৰতীয় জনতা যুৱ মৰ্চা নগাঁও জিলাৰ সভাপতি শ্ৰীযুত ভাস্কৰ শইকীয়া ডাঙৰীয়া আৰু বিষয়ববীয়াসকলৰ সহিতে নগাঁও জিলাৰ যঠেষ্ট সংখ্যক যুৱ সতীৰ্থই আজিৰ এই ঐতিহাসিক সমাৰোহত অংশগ্ৰহণ কৰে ।
Amit Shah Bharatiya Janata Party (BJP)
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh
Tejasvi Surya BJYM
Rakesh Das BJYM Assam
Bhashkar Saikia

12/03/2026

আগন্তুক ইং ১৫ মাৰ্চ ২০২৬ তাৰিখে দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত আয়োজিত যুৱ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁও মণ্ডলৰ পৰা যাব লগীয়া যুৱ সতীৰ্থ সকলৰ ব্যৱস্থাপনাৰ বিষয়ে এখনি বিশেষ সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰা হয়। উপস্থিত থাকে যুৱ মৰ্চা নগাঁও জিলাৰ সভাপতি শ্ৰীযুত ভাস্কৰ শইকীয়া ডাঙৰীয়াৰ সহিতে যুৱ মৰ্চা নগাঁও জিলাৰ বিষয়ববীয়াসকল, বিজেপি কমাৰগাঁও মণ্ডলৰ সভাপতি শ্ৰীযুত ভাস্কৰ জ‍্যোতি পাটৰ ডাঙৰীয়া, কমাৰগাঁও মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত সীমান্ত দেউৰী ডাঙৰীয়া, ৰহা-বাৰপুজীয়া মণ্ডলৰ সভাপতি শ্ৰীযুত জিতুমণি দাস ডাঙৰীয়া আৰু মণ্ডলৰ অন্তৰ্গত সন্মানীয় কাৰ্য্যকৰ্তা সকল ।
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh
BJP Nagaon District

Rakesh Das BJYM Assam
Bhashkar Saikia

11/03/2026

অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত নগাঁও-বটদ্ৰৱা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়াৰ উদ্যোগত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ স্মৃতিত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ কৰা "জুবিন উদ্যান" আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগৰ লগতে এখনি আটকধুনীয়া পদসেতু আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰা হয় ।
Zubeen Garg
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh
Pijush Hazarika Rupak Sarmah
BJP Nagaon District

Rakesh Das BJYM Assam
Bhashkar Saikia

ভাৰতীয়ৰ জনতা যুৱ মৰ্চা নগাঁও জিলাৰ সম্পাদিকা শ্ৰীযুতা ৰীমা শইকীয়া ডাঙৰীয়ানীলৈ যুৱ মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা  ওপজাদিন...
11/03/2026

ভাৰতীয়ৰ জনতা যুৱ মৰ্চা নগাঁও জিলাৰ সম্পাদিকা শ্ৰীযুতা ৰীমা শইকীয়া ডাঙৰীয়ানীলৈ যুৱ মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা ওপজাদিনৰ আন্তৰিক শুভকামনা জনাই আগন্তুক সময়ত ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্তিৰে তেখেতে লাভ কৰক সুস্বাস্থ্যসহ সুখময় জীৱন তাৰেই কামনা কৰিলোঁ ।

দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অহা ১৫ মাৰ্চ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্য...
10/03/2026

দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অহা ১৫ মাৰ্চ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত এখন বিশাল যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে । এই সন্মিলনখনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি ৰহা বিধানসভা সমষ্টিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয় ।
উক্ত বৈঠকত ৰহা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা, নগাঁও জিলাৰ সভাপতি শ্ৰী ভাস্কৰ শইকীয়া ডাঙৰীয়া, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী শ্ৰী সুৰোজ কোঁৱৰ ডাঙৰীয়া,ৰহা বিধান সভা সমষ্টিৰ তত্ত্বাৱধায়ক শ্ৰী হেমন্ত বিকাশ ডেকা ডাঙৰীয়া,
যুৱ মৰ্চাৰ জিলাৰ সাধাৰণ সম্পাদকদ্বয় শ্ৰী দীপজ্যোতি বৰদলৈ ডাঙৰীয়া আৰু শ্ৰী সাগৰ বৰা ডাঙৰীয়া, ৰহা বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী নীলোৎপল লাহন ডাঙৰীয়া, সাধাৰণ সম্পাদকদ্বয় শ্ৰী দীপজ্যোতি দেউৰী ডাঙৰীয়া আৰু দিলীপ কোঁৱৰ ডাঙৰীয়া, ৰহা বাৰপূজীয়া মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্ৰী জিতুমনি দাস ডাঙৰীয়া, উপ-সভানেত্ৰী শ্ৰীমতী টুটুমণি শইকীয়া ডাঙৰীয়ানী, সাধাৰণ সম্পাদক শ্ৰী মৌচম দাস ডাঙৰীয়া, সম্পাদক শ্ৰী সুৰজ গাঁওখোৱা ডাঙৰীয়া সমন্বিতে দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh
BJP Nagaon District

Rakesh Das BJYM Assam
Bhashkar Saikia

অপেক্ষাৰ অন্ত পৰিল। পুনৰবাৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি টীম ইণ্ডিয়াই দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে।  অদম্য শক্তিৰে ভা...
08/03/2026

অপেক্ষাৰ অন্ত পৰিল। পুনৰবাৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি টীম ইণ্ডিয়াই দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে। অদম্য শক্তিৰে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিগৰাকী খেলুৱৈলৈ নগাঁও জিলা যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও অভিনন্দন জনালো ।

ভাৰতীয় জনতা যুৱ মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা শক্তি, সাহস আৰু সৃজনশীলতাৰ প্ৰতীকস্বৰূপ প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দ...
08/03/2026

ভাৰতীয় জনতা যুৱ মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা শক্তি, সাহস আৰু সৃজনশীলতাৰ প্ৰতীকস্বৰূপ প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত অহা ইং ১৫ মাৰ্চ ২০২৬ তাৰিখে গুৱাহাটীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত ...
07/03/2026

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত অহা ইং ১৫ মাৰ্চ ২০২৬ তাৰিখে গুৱাহাটীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত অনুস্থিত হ'ব লগীয়া "যুৱ সন্মিলন"ত সমূহ যুৱ সতীৰ্থৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল ।
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh

BJP Nagaon District .
Rakesh Das BJYM Assam
Bhashkar Saikia

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত অহা ইং ১৫ মাৰ্চ 2026 তাৰিখে গুৱাহাটীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত ...
07/03/2026

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত অহা ইং ১৫ মাৰ্চ 2026 তাৰিখে গুৱাহাটীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অনুস্থিত হ'ব লগীয়া যুৱ সন্মিলনত নগাঁও জিলাৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ পৰা অংশগ্ৰহন কৰিবলগীয়া যুৱ সতীৰ্থ সকলৰ ব্যৱস্থাপনাৰ বিষয়ে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়াৰ সৈতে তেখেতৰ নিজ বাসগৃহত যুৱ মৰ্চা নগাঁও জিলাৰ সভাপতি শ্ৰীযুত ভাস্কৰ শইকীয়া ডাঙৰীয়া , জিলা বিষয়ববীয়াসকল আৰু সমষ্টিটোৰ অন্তৰ্গত চাৰিওটা মণ্ডলৰ সভাপতি সকলে এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়াক যুৱ মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনোৱা হয় ।
Himanta Biswa Sarma CMO Assam
Dilip Saikia BJP Assam Pradesh

BJP Nagaon District
Rakesh Das BJYM Assam
Bhashkar Saikia

Address

Nagaon

Telephone

+919101456165

Website

Alerts

Be the first to know and let us send you an email when BJYM Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share