OBC Morcha Nagaon District

Directions

OBC Morcha Nagaon District Official Page Of BJP OBC MORCHA
NAGAON DISTRICT

11/10/2026

অভিনন্দন জ্ঞাপন কৰিলোঁ

Devasish Sharma
10/10/2026

Devasish Sharma

10/10/2026

সদ্যসমাপ্ত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা ডাঙৰীয়াই অভিলেখ বিজয় সাব্যস্ত কৰিলে। অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা অসম প্ৰদেশৰ সভাপতি মাননীয় সুভাষ দত্ত ডাঙৰীয়াৰ তীক্ষ্ণ পৰ্যবেক্ষণ আৰু বিচক্ষণতাৰ জৰিয়তে মৰ্চাৰ জিলা সমিতিয়ে এই নিৰ্বাচনত কৰণীয় সমূহ নিয়াৰিকৈ সম্পন্ন কৰে। এই যাত্ৰাত ৰাজ্যিক সমিতিৰ পৰা মণ্ডল সমূহত নিয়োজিত প্ৰভাৰী সকলে যিধৰণে উৎসাহ আৰু উদ্দীপনাৰে জিলাৰ সৈতে সমষ্টিৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ ও বহু অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰে তাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
BJP Assam Pradesh
Dilip Saikia
Ravindra Raju
Diplu Ranjan Sarma
Rupak Sarmah
Bjp Obc Morcha Assam Pradesh
Subhash Dutta
BJP Nagaon District

আজি ভাৰতীয় বায়ুসেনা দিৱসত দেশৰ সাহসী জোৱানসকললৈ আন্তৰিক শুভেচ্ছা। তেওঁলোকৰ ত্যাগ, সাহস আৰু সেৱাৰ বাবে সমগ্ৰ ভাৰতবাসী চ...
08/10/2026

আজি ভাৰতীয় বায়ুসেনা দিৱসত দেশৰ সাহসী জোৱানসকললৈ আন্তৰিক শুভেচ্ছা। তেওঁলোকৰ ত্যাগ, সাহস আৰু সেৱাৰ বাবে সমগ্ৰ ভাৰতবাসী চিৰকৃতজ্ঞ।

Rip
08/10/2026

Rip

ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী কিংবদন্তি অভিনেতা নানা পাটেকাৰৰ বিয়োগৰ খবৰে গভীৰভাৱে মৰ্মাহত কৰিছে। তেখেতৰ শক্তিশালী অভিনয়,অনন্য সংলাপ উপস্থাপন আৰু অসাধাৰণ প্ৰতিভাই দৰ্শকৰ হৃদয়ত সদায় এক বিশেষ স্থান দখল কৰি থাকিব। তেখেতৰ বিয়োগে ভাৰতীয় চলচ্চিত্ৰ জগতখনত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।

স্বনামধন্য অভিনেতা গৰাকীৰ বিদে্হ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ গুণমুগ্ধ সকলৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

উত্তৰ প্ৰদেশৰ বাৰাণসীত দলৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনীতিন নবীন ডাঙৰীয়া আৰু সতীৰ্থ কাৰ্যকৰ্তাসকলৰ সৈতে অসমৰ মাননীয় ...
07/10/2026

উত্তৰ প্ৰদেশৰ বাৰাণসীত দলৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনীতিন নবীন ডাঙৰীয়া আৰু সতীৰ্থ কাৰ্যকৰ্তাসকলৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।।

Nitin Nabin
Himanta Biswa Sarma

ড.ভূপেন হাজৰিকাই কৈছিল---“শ্বহীদ অনিল পলাশনিৰ সবাতোকৈ সুন্দৰ ৰঙা পলাশ ফুল এপাহ আছিল, যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং...
07/10/2026

ড.ভূপেন হাজৰিকাই কৈছিল---
“শ্বহীদ অনিল পলাশনিৰ সবাতোকৈ সুন্দৰ ৰঙা পলাশ ফুল এপাহ আছিল, যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থাকে মানে".............

অসমীয়া ভাষাৰ হকে যুঁজি শ্বহীদ হোৱা ঁঅনিল বৰালৈ মৃত্যু বাৰ্ষিকীত শ্রদ্ধাঞ্জলি যাচিলোঁ ।
🙏🙏🙏
Dilip Saikia
Subhash Dutta
Pranab Bora

07/10/2026

সেৱা জ্যোতি কলহ যাত্ৰা
Narendra Modi

05/10/2026

Address

Morikolong
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha Nagaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share