04/10/2026
A cleaning drive was organised from Jeypore Daily Bazar to NH-315, passing through Dehing Patkai National Park under Jeypore Range, in connection with the Sewa Sankalpa Abhiyan and Wildlife Week. The drive witnessed active participation from Dihing Development Society, Aranyak, Zila Parishad Member, Lebangkula EDC, Jeypore Thana Nagarik Samiti, Jeypore Police, Forest Department staff, School & college students, and local community members.
সেৱা সংকল্প অভিযান আৰু বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি জয়পুৰ ৰেঞ্জৰ অধীনস্থ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা জয়পুৰ দৈনিক বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-৩১৫লৈকে এক চাফাই অভিযান অনুষ্ঠিত কৰা হয়। অভিযানত দিহিং ডেভেলপমেন্ট ছ’চাইটি, আৰণ্যক, জিলা পৰিষদৰ সদস্য, লেবাংকুলা EDC, জয়পুৰ থানা নাগৰিক সমিতি, জয়পুৰ আৰক্ষী, বন বিভাগৰ কৰ্মচাৰী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।